ETV Bharat / state

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত 1 - 31 NH

কিলাৰ হাইৱেত পৰিণত হৈছে নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ সুৰাদীত মঙলবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহী থিতাতে নিহত হয় ৷ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ৷

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত 1
author img

By

Published : May 14, 2019, 10:56 PM IST

  • নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰাদীত ভয়ংকৰ পথ দুৰ্ঘটনা
  • তীব্ৰ বেগী মাছ ভৰ্তি বাহনে মহতিয়ালে এগৰাকী চাইকেল আৰোহীক
  • ফলত থিতাতে নিহত গোসাইগাঁৱৰ আলী হুছেইন শ্বেখ নামৰ লোকজন
  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 15C1298
  • মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
    নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত 1

  • নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰাদীত ভয়ংকৰ পথ দুৰ্ঘটনা
  • তীব্ৰ বেগী মাছ ভৰ্তি বাহনে মহতিয়ালে এগৰাকী চাইকেল আৰোহীক
  • ফলত থিতাতে নিহত গোসাইগাঁৱৰ আলী হুছেইন শ্বেখ নামৰ লোকজন
  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 15C1298
  • মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
    নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত 1
Slug name..spot dead
Story..ftp
Dt.14 May



 OC/VOকিলাৰ হাইৱেত পৰিনত হোৱা নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰাদীত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।এখন তীব্ৰ বেগী মাছ ভৰ্তি বাহনে এগৰাকী চাইকেল আৰোহীক খুন্দিওৱাৰ ফলত চাইকেল আৰোহী জন নিহত হয়।নিহত ব্যক্তি গৰাকী গোসাইগাঁৱৰ 
আলী হুছেইন শ্বেখ (৩৫) বুলি জানিব পৰা গৈছে ।প্ৰাপ্ত খবৰ মতে,আজি সন্ধিয়া বৰপেটাৰ পৰা গুৱাহাটী অভিমুখী এএচ ১৫ 
চি ১২৯৮ নম্বৰৰ বলেৰ ডি আই ভেনে এগৰাকী চাইকেল আৰোহীয়ে ৰাষ্টা পাৰ হবলৈ লওতেই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।উক্ত দুৰ্ঘটনাত সুৰাদীত ভাৰাতীয়া হিচাপে থকা চাইকেল আৰোহী শ্ৰমিক আলী হুছেইন শ্বেখ থিতাতে নিহত হয়
জানিব পৰা মতে,চাইকেল আৰোহী গৰাকীয়ে পথ অতিক্ৰম কৰোতে হাতেৰে সংকেত দি পথ অতিক্ৰম কৰিব খুজিছিল ।কিন্তু বাহনখনে তেনে সংকেতক গুৰুত্ব নিদি তেওঁক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।পিছত আৰক্ষীয়ে খেদি খেদি নলবাৰীৰ গনেশ মন্দিৰ চ'কত দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি থানালৈ লৈ আহে ।বৰ্তমান মৃতদেহ টো মৰোনত্তোৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসা লয়ৰ মৰ্গত ৰখা হৈছে।
                   

কৈলাস ডেকা, নলবাৰী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.