ETV Bharat / state

নলবাৰীত বাইকত অহা দুৰ্বৃত্তৰ ধন লুট

নলবাৰী চহৰৰ মাজমজিয়াত থকা HDFC বেংকৰ সন্মুখত এই ঘটনা ৷ বৰ্দ্ধিত ধন লুটৰ ঘটনা ৰোধত ব্যৰ্থ আৰক্ষী ৷

নলবাৰীত পুনৰ বাইকত অহা দুৰ্বিত্তৰ ধন লুট
author img

By

Published : Aug 20, 2019, 5:29 PM IST

  • বাইকত আহিছিল দুই দুৰ্বৃত্ত
  • মহিলা গ্ৰাহকৰ পৰা লুটিলে ২ লাখ ৫০ হাজাৰ টকা
  • নলবাৰী চহৰৰ HDFC বেংকৰ সন্মুখত সংঘটিত হ'ল এই ঘটনা
  • মহিলা গ্ৰাহক গৰাকীৰ নাম বৰ্ণালী শৰ্মা
  • HDFC বেংকৰ সন্মুখৰ পৰা ধন লৈ ওলাই আহোতে দুই দুৰ্বৃত্তই লুটি লৈ যায় ধনখিনি
  • নলবাৰীত দিনক দিনে বৃদ্ধি পাইছে ধন লুটৰ ঘটনা

মহিলা গ্ৰাহকৰ পৰা লুটি নিলে ২ লাখ ৫০ হাজাৰ টকা
  • বাইকত আহিছিল দুই দুৰ্বৃত্ত
  • মহিলা গ্ৰাহকৰ পৰা লুটিলে ২ লাখ ৫০ হাজাৰ টকা
  • নলবাৰী চহৰৰ HDFC বেংকৰ সন্মুখত সংঘটিত হ'ল এই ঘটনা
  • মহিলা গ্ৰাহক গৰাকীৰ নাম বৰ্ণালী শৰ্মা
  • HDFC বেংকৰ সন্মুখৰ পৰা ধন লৈ ওলাই আহোতে দুই দুৰ্বৃত্তই লুটি লৈ যায় ধনখিনি
  • নলবাৰীত দিনক দিনে বৃদ্ধি পাইছে ধন লুটৰ ঘটনা
Intro:নলবাৰীত বাইকত অহা দুই দৃবৃত্তই লুটিলে ধন।
মহিলা গ্ৰাহকৰ পৰা লুটিলে ২ লাখ ৫০ হাজাৰ টকা।
নলবাৰী চহৰৰ HDFC বেংকৰ সন্মুখত এই ঘটনা।
মহিলা গ্ৰাহক গৰাকীৰ বৰ্ণালী শৰ্মা।
Body:নলবাৰীত দিনক দিনে বৃদ্ধি পাইছে ধন লুটৰ ঘটনা।নলবাৰী চহৰৰ মাজিয়াত থকা HDFC বেংকৰ সন্মুখত এই ঘটনা।HDFC বেংকৰ সন্মুখৰ পৰা ধন লৈ ওলাই আহোতে দুই দুৰ্বৃত্তই লুটি লৈ গল ধন।উল্লেখযোগ্য যে নলবাৰী চহৰৰ দিনক দিনে বৃদ্ধি পোৱা ধন লুটৰ ঘটনা ৰোধত ব্যৰ্থ হৈছে আৰক্ষী।জানিব পৰা মহিলা গৰাকীয়ে বেংকৰ পৰা ধন লৈ ওলাই আহি আন এটা বেংকত থবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.