ETV Bharat / state

নলবাৰীত গাঞ্জাসহ আটক এজন - NALBARI GANJA RECOVER NEWS ETV

নলবাৰী আৰু কমাৰকুছি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত জব্দ কৰে প্ৰায় ৬ কেজি গাঞ্জা

নলবাৰীত গাঞ্জাসহ আটক এজন
author img

By

Published : Sep 5, 2019, 11:01 AM IST

নলবাৰী,5 চেপ্তেম্বৰঃ নিশা নলবাৰী কালাগত গাঞ্জাসহ এজনক আটক কৰে নলবাৰী আৰক্ষীয়ে ৷ নলবাৰী আৰু কমাৰকুছি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত জব্দ কৰে প্ৰায় ৬ কেজি গাঞ্জা ৷ কালাগৰ মোহন তালুকদাৰ নামৰ ব্যক্তি গৰাকীৰ ঘৰৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি ৷ লগতে আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ী মোহন তালুকদাৰকো আটক কৰে ৷

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মোহন তালুকদাৰ নামৰ লোকজনে নিজ ঘৰতে গাঞ্জাৰ ব্যৱসায় গঢ়ি তুলিছিল ৷ নিজ ঘৰতে থকা ফাৰ্নিচাৰৰ দোকানৰ অচিলা লৈ লোকজনে চলাই আহিছিল গাঞ্জাৰ ক'লা বেহা ৷ অৱশেষত ৰাইজৰ অভিযোগ আৰু আৰক্ষীৰ পোপন তথ্যৰ ভিত্তিত নিশা গাঞ্জাসহ সৰবৰাহকাৰী মোহন তালুকদাৰক আটক কৰে ৷

Intro:নিশা নলবাৰী কালাগত গাঞ্জা সহ এজনক আটক৷Body:নলবাৰী আৰু কমাৰকুছি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত জব্দ কৰে প্ৰায় ৬ কেজি গাঞ্জা৷কালাগৰ মোহন তালুকদাৰ নামৰ ব্যক্তি গৰাকীৰ ঘৰৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি৷লগতে আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ী মোহন তালুকদাৰকো আটক কৰে৷উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মোহন তালুকদাৰ নামৰ এইগৰাকী লোকে নিজ ঘৰতে গাঞ্জাৰ ৰমৰমীয়া বেয়া গঢ়ি তুলিছিল৷নিজ ঘৰতে ফাৰ্নিচাৰৰ দোকানৰ অচিলা লৈ এইগৰাকী লম্পটে চলাই আহিছিল গাঞ্জাৰ কলা বেহা৷অৱশেষত ৰাইজৰ অভিযোগ আৰু আৰক্ষীৰ পোপন তথ্যৰ ভিত্তিত নিশা গাঞ্জা সহ সৰবৰাহকাৰী মোহন তালুকদাৰক আটক কৰে৷Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.