ETV Bharat / state

নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড গুণ্ডাবাহিনীৰ - নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড গুণ্ডাবাহিনীৰ

নলবাৰীত 50 জনীয়া এটি গুণ্ডাৰ দলে বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে উলিয়াই নিয়ে বন বিষয়াই জব্দ কৰি ৰখা এখন ট্ৰেক্টৰ ৷

Nalbari Forest office was attacked  by 50 people group
নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড গুণ্ডাবাহিনীৰ
author img

By

Published : Feb 9, 2020, 4:39 PM IST

নলবাৰী,9 ফেব্ৰুৱাৰী :নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অঘটন । দেওবাৰে পুৱা 7 বজাত প্ৰায় 50 জনীয়া এটি গুণ্ডাৰ দলে লণ্ডভণ্ড কৰিলে বন বিষয়াৰ কাৰ্যালয় । লগতে গুণ্ডাবাহিনীয়ে উলিয়াই নিয়ে বন বিষয়াই জব্দ কৰি ৰখা এখন ট্ৰেক্টৰ । ঘটনা অনুসৰি বনবিভাগে কিছু দিন পূৰ্বে এখন ট্ৰেক্টৰ জব্দ কৰিছিল ৷ এই টেক্টৰখন জব্দ কৰাক লৈ আক্ৰমণ কৰে দলটোৱে আৰু জব্দ টেক্টৰখন কাৰ্যালয়ৰ পৰা লৈ যায় দলটোৱে ৷ আনহাতে শিল দলিয়াই কাৰ্যালয়ত থকা কেইবাখনো দুচকীয়া বাহনৰ বিস্তৰ ক্ষতি কৰাৰ লগতে ভাঙি পেলাই কাৰ্যালয়ৰ কেইবাখনো চকী ।

নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড গুণ্ডাবাহিনীৰ

লগতে পঢ়ক:টেঙাপানীৰ 490 মিটাৰ দৈৰ্ঘৰ জুবিন গাৰ্গ সেঁতু

Intro:নলবাৰীৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্য লয়ত চাঞ্চল্যকৰ ঘটনা।Body:নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড।পুৱা প্ৰায় 7 বজাত 50 জনীয়া এটি গুণ্ডাৰ দলে লণ্ডভণ্ড কৰিলে বন বিষয়াৰ কাৰ্য্যলয়।লগতে গুণ্ডাবাহিনী যে উলিয়াই নিয়ে বন বিষয়াই জব্দ কৰা ট্ৰেক্টৰ খন।আনহাতে কাৰ্যালয়ত থকা কেইবাখনো দুচকীয়া বাহনৰ বিস্তৰ ক্ষতি কৰাৰ লগত শিল দলিয়াই কাৰ্যালয়ত।ভাঙি পেলাই কেইবাখনো চকী।Conclusion:কৈলাস ডেকা, নলবাৰী।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.