ETV Bharat / state

নলবাৰীত বজৰং দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Aug 14, 2020, 5:23 PM IST

পশ্চিম নলবাৰীৰ পুখুৰাৰ প্ৰায় সাতশ বিঘা কৃষি ভূমি বেদখল মুক্ত কৰাৰ দাবী আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ ৷

nalbari bojrang party protest aginest govt
নলবাৰীত বজৰং দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

নলবাৰী,14 আগষ্টঃ বেদখল উচ্ছেদ কৰাৰ দাবীত শুকুৰবাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে নলবাৰীত আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে ৷ পশ্চিম নলবাৰীৰ পুখুৰাৰ প্ৰায় সাতশ বিঘা কৃষি ভূমি বেদখল মুক্ত কৰাৰ দাবী আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ এই প্ৰতিবাদী কাৰ্যসূচী ৷

ইপিনে ভূ-মাফিয়াৰ কবলত থকা সাতশ বিঘা কৃষি ভূমি বেদখল মুক্ত কৰি খিলঞ্জীয়া স্থানীয় কৃষকক সংস্থাপন কৰাৰ ব্যৱস্থা কৰিবলৈও প্ৰতিবাদকাৰী সকলে দাবী জনায় ৷

লগতে পঢ়কঃ টীয়কত আছুৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.