নলবাৰী, 6 অক্টোবৰঃ নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰ অঞ্চল সমূহত উন্নয়নৰ নমুনাই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ ৷ ভাংনামাৰী চৰৰ আঠ কোটি টকীয়া পথৰ প্ৰকৃত ছবিয়ে উদঙাই দিছে চৰাঞ্চলত উন্নয়নৰ নামত হোৱা চৰম দুৰ্নীতিৰ প্ৰকৃত ছবি ৷ আঁচনিৰ কাম আৰম্ভ কৰিয়ে কোটি কোটি টকা লুন্ঠন কৰি আহিছে ঠিকাদাৰে ৷ কিন্তু আজিপৰ্যন্ত নিৰ্মান সম্পূৰ্ণ নহ’ল দলঙৰ লগতে পথ নিৰ্মানৰ কাম ৷
লগতে পঢ়ক-চিৰাঙত প্ৰাক্তন এনডিএফিব সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ