ETV Bharat / state

নলবাৰী জিলা ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ - TIhu

টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ প্ৰতিবাদত নলবাৰী জিলা ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷

নলবাৰী জিলা ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপাযণ
author img

By

Published : Aug 20, 2019, 11:49 PM IST

নলবাৰী,20 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশৰ প্ৰাকক্ষণত কোনো দুৰ্বৃত্তই টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত নিশা অগ্নি সংযোগ কৰাৰ প্ৰতিবাদত টিহু থানাৰ সন্মুখত শতাধিক জিলা আছু কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে মুখত ক'লা কাপোৰ বান্ধি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰি আক্ৰমণৰ মূল লক্ষ্য কৰি তোলাত জাঙুৰ খাই উঠিছে জিলা ছাত্ৰ সন্থাৰ লগতে আছুৰ কেন্দ্ৰীয় সমিতি ৷ ছাত্ৰ সংগঠনটোৱে অতি শীঘ্ৰে ঘটনাৰ লগত জড়িত থকা দোষীক কৰায়ত্ব কৰি কঠোৰ আইনী শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে ৷

Intro:টিহু আঞ্চলিক ছাত্র সন্থাৰ কাৰ্য্য লয়ত অগ্নি সংযোগ।
জিলা ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট।Body:NRC প্ৰকাশৰ আগমূহুৰ্তত দুষ্ট চক্ৰই টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত নিশা অগ্নি সংযোগ কৰাৰ প্ৰতিবাদত টিহু থানাৰ সন্মুখত আছুৰ মুখত কলা কাপোৰ বান্ধি “অৱস্থান ধৰ্মঘট” কাৰ্য্যসূচী৷শীৰ্ঘ্ৰে দূৰ্বৃত্তক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী সংগঠনটোৰ৷উল্লেখযোগ্য যে NRC প্ৰকাশৰ প্ৰাকমুহুতত নিশা দুবৃত্ত ই টিহু আঞ্চলিক ছাত্র সন্থাৰ কাৰ্য্য লয়ত অগ্নিসংযোগ কৰা ঘটনাৰ পিছত জাঙুৰ খাই উঠিছে ছাত্র সংগঠনটোৱে।দোষীক কৰায়ত্ব কৰি কঠোৰ তকৈ কঠোৰ শাস্তি প্ৰদান কৰাৰ দাৱী জনাই ।

বাইট অক্ষয় ডেকা, সম্পাদক ,জিলা ছাত্র সন্থা।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.