ETV Bharat / state

নলবাৰীত আছুৰ ক’লা দিন পালন

author img

By

Published : Dec 11, 2020, 10:11 PM IST

আজি এটা বছৰ সম্পূৰ্ণ হ’ল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত হোৱা প্ৰতিবাদৰ ৷ বিগত বৰ্ষত আজিৰ দিনটোতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি আইনলৈ ৰূপান্তৰ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷

নলবাৰীত আছুৰ কলা দিন পালন
নলবাৰীত আছুৰ কলা দিন পালন

নলবাৰী,11 ডিচেম্বৰঃ নেছ'ৰ আহ্বান মৰ্মে নলবাৰীত আছুৰ ক'লা দিন পালন ৷ ক'লা পতাকা উৰুৱাই নলবাৰী জিলা ছাত্ৰ সন্থাই পালন কৰিলে ক'লা দিন ৷ নলবাৰী চহৰৰ শ্বহীদ ভৱনৰ সন্মুখত ক'লা পতাকা উৰুৱাই আছুৱে CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

উল্লেখ্যযোগ্য যে, বিগত বৰ্ষত আজিৰ দিনটোতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি আইনলৈ ৰূপান্তৰ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ ইপিনে CAA গৃহীত হোৱা আজিৰ দিনটোক উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছ'ৱে ঘোষণা কৰিছিল ক'লা দিন হিচাপে ৷

লগতে পঢ়কঃ নগাঁৱত চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.