নলবাৰী,8 জুলাই :
- মুকালমুৱা চিকিৎসালয়ত অঘটন
- লণ্ড ভণ্ড চিকিৎসালয়ৰ কোঠা
- দিনদুপৰতে ঘটনা সংঘটিত কৰি পলায়ন অচিনাক্ত দুৰ্বৃত্তৰ
- দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী বৰক্ষেত্ৰী আছুৰ
- আৰক্ষীয়ে চিকিৎসালয় খনত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া
- চিকিৎসালয় খনত চৰম নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ চিকিৎসক-কৰ্মচাৰী সকলৰ
- শীঘ্ৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ দাবী চিকিৎসক-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ তথা বৰক্ষেত্ৰী আছুৰ