ETV Bharat / state

নলবাৰীত মোডীৰ জন্মদিন পালন, চন্দ্ৰমোহন পাটোৱাৰীৰ ফল-মূল বিতৰণ

author img

By

Published : Sep 17, 2019, 11:20 PM IST

আজি নলবাৰীত উপস্থিত হয় ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । নলবাৰীত ফল মূল বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

নলবাৰীত মোডীৰ জন্মদিন পালন, চন্দ্ৰমোহন পাটোৱাৰীৰ ফল মূল বিতৰণ

নলবাৰী, 17 ছেপ্তেম্বৰঃ দেশৰ লগতে আজি নলবাৰীতো পালন কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৬৯ সংখ্যক ওপজা দিন । মোডীৰ ওপজা দিনৰ অনুষ্ঠানত নলবাৰীত উপস্থিত হয় ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । নলবাৰী বিজেপিৰ উদ্যোগত শান্তি নিবাস অনাথ আশ্ৰমত আয়োজিত অনুষ্ঠানত উপস্থিত হয় আশ্ৰমত থকা ত্ৰিশ গৰাকীকৈ আৱাসীৰ মাজত ফল-মূল বিতৰণ কৰাৰ লগতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ।

চন্দ্ৰমোহন পাটোৱাৰীৰ ফল মূল বিতৰণ

আনহাতে নলবাৰী অসামৰিক হাস্পতালতো উপস্থিত হৈ ৰোগী সকলৰ মাজত ফল-মূল বিতৰণৰ কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ওপজা দিন পালন কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটৱাৰীয়ে ৷

Intro:নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ফল মুল বিতৰণ।Body:দেশৰ লগতে আজি নলবাৰীতো পালন কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ সংখ্যক ওপজা দিন।তদুপলক্ষে আজি নলবাৰীত উপস্থিত হয় ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।মন্ত্ৰী গৰাকীয়ে নলবাৰী বিজেপিৰ উদ্যোগত শান্তি নিবাস অনাথ আশ্ৰমত আয়োজিত ওপজা দিনৰ অনুষ্ঠানত উপস্থিত হৈ নিজ আত্মীয়-স্বজনৰ পৰা অনাদৃত-অৱহেলিত হৈ থকা ত্ৰিশ গৰাকীকৈ আৱাসীৰ মাজত ফল-মূল বিতৰণ কৰাৰ লগতে মত বিনিময় কৰে ।আনহাতে মন্ত্ৰী পাটোৱাৰীয়ে নলবাৰী চিভিল হস্পতালতো উপস্থিত হৈ ৰোগী সকলৰ মাজত ফল-মূল বিতৰণৰ কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ওপজা দিন পালন কৰে ।
Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.