ETV Bharat / state

নলবাৰীত দুৰ্বৃত্তই জ্বলাই দিলে কাঠৰ দলং

ব্যাহত এটা অঞ্চলৰ যাতায়ত

দুবৃত্তই জ্বলাই দিলে কাঠৰ দলং
author img

By

Published : Feb 10, 2019, 3:17 PM IST

নলবাৰী, ১০ ফেব্ৰুৱাৰী: শনিবাৰে নিশা নলবাৰীৰ আমনি বাবাৰ থানৰ সমীপৰ বুঢাদিয়া নদীৰ কাঠৰ দলংখন অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে। দলংখন জ্বলাই দিয়াৰ বাবে দুয়োপাৰৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা কাঠৰ দলংখন মেৰামতিৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছিল।

দুবৃত্তই জ্বলাই দিলে কাঠৰ দলং
কিন্তু ৰাইজৰ দাবীক আওকাণ কৰি চৰকাৰে দলংখন মেৰামতিৰ ব্যৱস্থা নকৰাত কেইমাহ মান পূৰ্বে ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি দলংখন মেৰামতি কৰিছিল । উল্লেখ্য যে দলংখনৰ সমীপতে থকা আমনি বাবাৰ থানৰ সভাৰ সময়ত প্ৰায় অৰ্ধলক্ষাধিক ভক্তই এই দলংখনৰ ওপৰেৰে যাতায়ত কৰে ।
undefined

কিন্তু শনিবাৰে নিশা কোনো দুৰ্বৃত্তই দলংখন জ্বলাই দিয়াত বৃহত্তৰ অঞ্চলটোত যাতায়ত ব্যাহত হৈ পৰে ।

Slug :   Wooden Bridge Burn
10feb
Story FTP 

OC : সৰস্বতী পূজাৰ দিনাই ধৰ্মপুৰত সংঘটিত হ'ল এক অঘটন ।  নিশা দুবৃত্তই জ্বলাই দিলে কাঠৰ  দলং ।  আমনি বাবাৰ থানৰ সমীপতে  বুঢাদিয়া নদীৰ ওপৰত আছিল দলং খন । 
দুয়োপাৰৰ যোগাযোগ বিচ্ছিন্ন ।

VO 1 : ধৰ্মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আমনি বাবাৰ থানৰ সমীপতে বুঢাদিয়া নদীৰ ওপৰত থকা কাঠৰ দলং খন যোৱা নিশা কোনো দুবৃত্তই জ্বলাই দিয়া ঘটনাই সমগ্ৰ অঞ্চল টোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে । দীৰ্ঘ বছৰে জৰাজীৰ্ণ অৱস্থাত থকা কাঠৰ দলংখন মেৰামতিৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাইজে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো দলং খন মেৰামতিৰ ব্যৱস্থা নকৰাত কেইমাহ মান পূৰ্বে ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি দলংখন মেৰামতি কৰিছিল । এটি বৃহৎ অঞ্চলৰ যাতায়তৰ একমাত্ৰ পথত থকা এই দলংখনৰ বাবে যাতায়তত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল । উল্লেখ্য যে দলংখনৰ সমীপতে থকা আমনি বাবাৰ থানৰ সভাত প্ৰায় অৰ্ধলক্ষাধিক ভক্তই এই দলংখনৰ ওপৰেৰে যাতায়ত কৰে । কিন্তু নিশা কোনো দুবৃত্তই দলংখন জ্বলাই দিয়াত বৃহত্তৰ অঞ্চল টোত যাতায়ত ব্যাহত হয় । আনহাতে আজি সৰস্বতী পূজাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে বহু দূৰ ঘূৰি বিদ্যালয়লৈ  যাব লগা হৈছে । দলংখন মেৰামতি নকৰাৰ প্ৰতিবাদতে কোনোবাই জ্বলাই দিব পাৰে বুলিও সন্দেহ কৰা হৈছে ।

বাইট : স্থানীয় লোক 

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.