ETV Bharat / state

নলবাৰীত বানপীড়িতৰ বুজ ললে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে - Dharmpur Flood effected Area

নলবাৰীত বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে বানেকুছি হাইস্কুলত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ বন্যাৰ্তৰ খবৰ ল'লে । ইয়াৰ উপৰিও নিজ সমষ্টিৰ বৰগাছা, ৰাজাখাট বানেকুছিকে ধৰি ভিন্ন অঞ্চল পৰিদৰ্শন কৰি বৰ্নাত্য ৰাইজৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী পাটোৱাৰীয়ে ।

নলবাৰীত বানপীড়িতৰ বুজ ললে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

author img

By

Published : Jun 17, 2022, 6:22 PM IST

নলবাৰী, ১৭ জুন: নলবাৰীত বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minister Chandra Mohan Patowary Visited In Dharmpur Flood effected Area) । পৰিদৰ্শন কৰিলে বান শিবিৰ । ৰাজ্যৰ চৌদিশে ৰাইজৰ হাহাকাৰ । বানত ককবকাইছে জনতাই । ঠায়ে ঠায়ে নদীৰ মথাউৰি ছিগি বাঢ়নী পানীয়ে বুৰাই পেলাইছে কৃষিভূমিৰ লগতে বিস্তীৰ্ণ অঞ্চল ।

নলবাৰীত বানপীড়িতৰ বুজ ললে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

নলবাৰীৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিম নলবাৰীতো অব্যাহত আছে বানৰ তাণ্ডৱ । অঞ্চলটোৰ কেবাঠাইতো মথাউৰি ছিগি প্লাৱিত হৈছে বিস্তীৰ্ণ অঞ্চল ।ওখ ঠাই, বিদ্যালয়গৃহত ৰাইজে লৈছে আশ্ৰয় । এই দূৰ্দশাৰ সময়ত ৰাইজৰ কাষত থিয় দিলে বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।

মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে বানেকুছি হাইস্কুলত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ বন্যাৰ্তৰ খবৰ ল'লে । ইয়াৰ উপৰিও নিজ সমষ্টিৰ বৰগাছা, ৰাজাখাট বানেকুছিকে ধৰি ভিন্ন অঞ্চল পৰিদৰ্শন কৰি বৰ্নাত্য ৰাইজৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী পাটোৱাৰীয়ে । মন্ত্ৰীগৰাকীয়ে অতিশীঘ্ৰে বন্যাৰ্ত ৰাইজক সাহায্য প্ৰদান কৰা হ'ব বুলিও নিশ্চিতি প্ৰদান কৰে ।

লগতে পঢ়ক: Majuli Jorhat link bridge: নিৰ্মাণ সম্পূৰ্ণ হোৱাই নাই, মেৰামতি আৰম্ভ মাজুলী সংযোগী দলঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.