ETV Bharat / state

চাৰিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ - নলবাৰী জিলা শিক্ষা বিষয়া

শতাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ নলবাৰী জিলা শিক্ষা বিষয়াৰ কাৰ্য্যালয় ঘেৰাও

NALBARI
author img

By

Published : Mar 15, 2019, 4:45 PM IST

নলবাৰী , 15 মাৰ্চ : মধ্যাহ্ন ভোজনৰ চৰকাৰী আঁচনিক বেচৰকাৰী সংস্থাক গতাই দিব বিচৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে নলবাৰীত অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ ৷ নলবাৰী জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ইউনিয়নৰ সদস্যসকলে ৷

চাৰিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ

দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে তেওঁলোকক চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ মৰ্যদা প্ৰদান কৰা,5000 টকা মাননি বাৰ মাহে প্ৰদান কৰা,পেঞ্চন,চিকিৎসা আদি সুবিধা সমূহ প্ৰদান কৰাৰ দাবী উত্থাপন কৰি আহিছে৷ যদিও শেহতীয়াকৈ চৰকাৰে সমগ্ৰ মধ্যাহ্ন ভোজন আঁচনিখন স্বেচ্ছাসেৱী সংগঠনলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে । লগতে চৰকাৰৰ এনে সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলিও প্ৰকাশ কৰে ৷

Intro:OCVO= নলবাৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ।১ এপ্ৰিলৰ পৰা মধ্যাহ্ন ভোজন কৰ্মচাৰী সণ্হাৰ অাঁচনি খন ব্যাক্তিগত প্ৰতিষ্ঠানক দিব বিচৰা কাৰ্যক প্ৰতিবাদত নলবাৰী জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে অাজি নলবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰায় শতাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে নলবাৰী জিলা শিক্ষা বিষয়াৰ কাৰ্য্যালয় ঘেৰাও কৰি পৰিস্হিতি উওপ্ত কৰি তোলে।Body:বাইটConclusion:কৈলাস ডেকা, নলবাৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.