ETV Bharat / state

মুকালমুৱাৰ কাপলাবড়ীত 25 কাৰ্টন বিলাতী সুৰা জব্দ

author img

By

Published : Jan 11, 2021, 7:50 PM IST

Updated : Jan 11, 2021, 11:02 PM IST

মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতা আৰু দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে বিভিন্ন অঞ্চলত অভিযান চলাই জব্দ কৰে সুৰাখিনি ।

Illegal wine Seized in Nalbari
মুকালমুৱাৰ কাপলাবড়ীত 25 কাৰ্টন বিলাতী সুৰা জব্দ

নলবাৰী, 11 জানুৱাৰী : নলবাৰী জিলাৰ মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে সোমবাৰে কাপলাবড়ী আৰু নাৰুৱা অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ৷ জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় 35 হাজাৰ টকা বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে ৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ সময়ত সুৰাৰ ব্যৱসায়ী কেইজন পলায়ন কৰিবলৈ সক্ষম হয় ৷

মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতা আৰু দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে বিভিন্ন অঞ্চলত অভিযান চলাই জব্দ কৰে সুৰাখিনি । অঞ্চলকেইটাৰ স্থানীয় ৰাইজ তথা দল সংগঠনে দীৰ্ঘদিন ধৰি এচাম অসাধু চক্ৰই সুৰাৰ লগতে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা চলোৱাৰ অভিযোগ কৰিছিল ৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে সুৰাখিনি ।

লগতে পঢ়ক : প্ৰকৃততে অসমৰ মুখ্যমন্ত্ৰী কোনঃ জিতেন্দ্ৰ সিং

Last Updated : Jan 11, 2021, 11:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.