ETV Bharat / state

নলবাৰীত বিজেপি পালিনেতাৰ দাদাগিৰিঃ কেৰেপ নকৰে আৰক্ষীকো

নলবাৰীত উত্তেজনাময় পৰিস্থিতি ৷ আৰক্ষীৰ সৈতে তৰ্ক-যুদ্ধত লিপ্ত বিজেপিৰ সাধাৰণ সম্পাদক ৷

এটা পথ দুৰ্ঘটনাক লৈ নলবাৰীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি
author img

By

Published : Jun 19, 2019, 8:49 PM IST

নলবাৰী, 19 জুন : নলবাৰী চহৰৰ মছজিদ চ’কত সংঘটিত এক দুৰ্ঘটনাক লৈ মঙলবাৰে অঞ্চলটোত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ দুৰ্ঘটনা সংঘটিত কৰিয়ে মন্ত্ৰী-বিধায়কৰ নাম লৈ চাৰিচকীয়া গাড়ীত অহা বিজেপিৰ হাজো মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক ৰমেশ কলিতাই বাইক আৰোহীক ভাবুকি দিয়াৰ লগতে সেই স্থান ত্যাগ কৰে ৷ তাৰ পাচতে বাইক আৰোহীয়ে দুৰ্ঘটনা সংক্ৰান্তত নলবাৰী সদৰ থানাত দাখিল কৰে এজাহাৰ ৷ বাইক আৰোহীগৰাকীৰ এজাহাৰৰ ভিত্তিতে নলবাৰীৰ যান-বাহন আৰক্ষীয়ে নলবাৰী বৰুৱা ৰোডত দুৰ্ঘটনা সম্পৰ্কত সোধপোচ কৰিবলৈ অহাত বিজেপিৰ নেতাগৰাকীয়ে তৰ্ক যুদ্ধত লিপ্ত হয় আৰক্ষীৰ সৈতে ৷ ইমানতো ক্ষান্ত নোহোৱা বিজেপি নেতাগৰাকীয়ে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক ফোন লগাই আৰক্ষীৰ বেহু ফালি যোৱাৰ অপচেষ্টা চলোৱাৰ লগতে আৰক্ষী বিষয়া কৰ্মচাৰীসকলক ভিন্ন ভাবুকি প্ৰদান কৰে ৷

Slug=BJP Dada...19Jun...
Story FTP

#নলবাৰীত স্বযম্ভু বিজেপি নেতাৰ গুণ্ডাগিৰি#
#আৰক্ষী আৰু বিজেপি নেতাৰ মাজত তীব্ৰ বাক্যবান#
 #বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ নাম লৈ আৰক্ষীক দিলে ভাবুকি#

V.O=হয় এইজন বিজেপিৰ হাজো মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ৰমেশ কলিতা ৷নলবাৰীত এক দূৰ্ঘটনাক লৈ এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷অৱশেষত আৰক্ষী আৰু বিজেপি নেতাৰ মাজত কথা কটাকটি হয় ৷উল্লেখ্য যে দিনৰ ভাগত নলবাৰী চহৰৰ মহজিদ চ’কত এখন বাইকৰ সৈতে এগৰাকী স্বয়ম্ভূ বিজেপি নেতাৰ চাৰিচকীয়া বাহন খনৰ সৈতে সংঘটিত হৈছিল এটা পথ দূৰ্ঘটনা ৷আৰু দূৰ্ঘটনা সংঘটিত কৰিয়ে মন্ত্ৰী বিধায়কৰ লেবেল দি বাইক আৰোহীক ভাবুকি দিয়াৰ লগতে সেই স্হান ত্যাগ কৰিছিল লম্পট নেতা গৰাকীয়ে৷আনহাতে বাইক আৰোহীয়ে দূৰ্ঘটনা সংক্ৰান্তত নলবাৰী সদৰ থানাত দাখিল কৰে এখন এজাহাৰ ৷এই এজাহাৰৰ ভিত্তিতে নলবাৰী যান বাহন আৰক্ষীয়ে নলবাৰী বৰুৱা ৰোডত গাড়ীখন ৰখোৱাৰ লগে লগে আৰক্ষীৰ সৈতে বিতৰ্কত লিপ্ত হয় সয়ম্ভু নেতা গৰাকীয়ে ৷ইমানতো ক্ষান্ত নহয় বিজেপি নেতা ৰমেশ কলিতাই হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক ফোন লগাই দি আৰক্ষীৰ বেহু ফালি যোৱাৰ অপচেষ্টা চলাই ৷অৱশ্যে সয়ম্ভু নেতাৰ প্ৰকৃত স্বৰূপ গম পায় গাড়ী খনত তলা লগায় দিয়ে ৷নিজকে ধোৱা তুলসীৰ পাত সজাই নলবাৰী আৰক্ষীক ৰাজহুৱা স্হানত নানান গালি গালাজ, ককৰ্থনা কৰি মন্ত্ৰী বিধায়কৰ হতুৱাই আতাইগৰাকী আৰক্ষী বিষয়া কৰ্মচাৰীক চাকৰি খোৱাৰ ভাবুকি দিয়ে ৷হাজোৰ বিজেপি নেতাই নলবাৰীত গুণ্ডাগিৰী কৰা ঘটনাই চেপা উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ নলবাৰীত ৷

বাইট=আৰক্ষী+সয়ম্ভু নেতা৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.