ETV Bharat / state

ঘগ্ৰাপাৰ আৰক্ষীৰ জালত ভিআইপি ছাগলী চোৰ

author img

By

Published : Jun 14, 2021, 9:52 AM IST

নলবাৰী জিলাৰ পূৰ্ণদৈচপৰাত 9 জুনত বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ অহা দুই চোৰক নলবাৰী আৰু ঘগ্ৰাপাৰ আৰক্ষীয়ে এক অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

thief-arrested-by-ghagraper-police
দুই ভিআইপি ছাগলী চোৰক গ্ৰেপ্তাৰ ঘগ্ৰাপাৰ আৰক্ষীৰ

নলবাৰী, 14 জুন : নলবাৰী জিলাত কৰায়ত্ত দুটাকৈ ভিআইপি ছাগলী চোৰ ৷ নলবাৰী জিলাৰ পূৰ্ণদৈচপৰাত 9 জুনত বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ অহা দুই চোৰক নলবাৰী আৰু ঘগ্ৰাপাৰ আৰক্ষীয়ে এক অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,চোৰ দুটাই বিলাসী বাহনখনৰ লগতে চুৰি কৰি অনা ছাগলীৰ সৈতে এটা পুতলা পিষ্টল এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

পৰৱৰ্তী সময়ত নলবাৰী আৰু ঘগ্ৰাপাৰ আৰক্ষীৰ তৎপৰতাত ধৰা পৰে চোৰ দুটা ৷ ধৃত ছাগলী চোৰ দুটা ক্ৰমে হাজোৰ আজগড় আলী আৰু তেজপুৰৰ চৰফৰাজ আহমেদ বুলি জানিব পৰা গৈছে । দীৰ্ঘদিন ধৰি দুয়োটা চোৰ ছাগলী চুৰিৰ লগত জড়িত হৈ আছিল । চোৰ দুটাক আৰক্ষীয়ে হাজোৰ পৰা কৰায়ত্ত কৰে । বৰ্তমান দুয়োজন ঘগ্ৰাপাৰ আৰক্ষীৰ জিন্মাত আছে ।

লগতে পঢ়ক : আংশিক লকডাউনে বিপদ নমাইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.