ETV Bharat / state

নলবাৰীত বিজেপি মহিলা মৰ্চাৰ ক’ভিড আক্ৰান্ত ৰোগীক ফলমূল বিতৰণ

author img

By

Published : Sep 18, 2020, 3:45 PM IST

চাফ-চিকুণ,গছপুলি ৰোপণৰ কাৰ্যসূচীৰ পিছতে শুকুৰবাৰে মহিলা মৰ্চাৰ তৰফৰ পৰা ফল মূল বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

fruit distribute covid -19 positive patient  bjp at nalbari
বিজেপি মহিলা মৰ্চাৰ ক’ভিড আক্ৰান্ত ৰোগীক ফলমূল বিতৰণ

নলবাৰী,18 ছেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০তম জন্মদিন উপলক্ষে নলবাৰীত ক’ভিড আক্ৰান্ত ৰোগী আৰু কোৱাৰেন্টাইনত থকা ব্যক্তি সকলৰ মাজত জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত ফল মূল বিতৰণ কৰে নলবাৰীৰ ক’ভিড চিকিৎসালয়ত।

নলবাৰীত বিজেপি মহিলা মৰ্চাৰ ক’ভিড আক্ৰান্ত ৰোগীক ফলমূল বিতৰণ

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে এই সপ্তাহ সেৱা সপ্তাহ হিচাপে পালন কৰিছে বিজেপিয়ে। সেৱা সপ্তাহৰ লগত সংগতি ৰাখি প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী পালন কৰিছে ৷ সেই মৰ্মে চাফ-চিকুণ, গছপুলি ৰোপণৰ কাৰ্যসূচীৰ পিছতে শুকুৰবাৰে মহিলা মৰ্চাৰ তৰফৰ পৰা ফল মূল বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত উপস্থিত থাকে জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ লগত বিজেপি মহিলা মৰ্চাৰ নেত্ৰী সকল উপস্থিত থাকে।

লগতে পঢ়কঃ 6 বছৰ ধৰি বিকলাৱস্থাত ৰঙিয়াৰ পানী যোগান আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.