ETV Bharat / state

নলবাৰীত সাংস্কৃতিক প্ৰকল্প আৰু সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপন

সাংস্কৃতিক প্ৰকল্প স্থাপন কৰাৰ লগতে অসমৰ সংস্কৃতিক ঐতিহ্য ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী নৱ কুমাৰ দলেৰ

author img

By

Published : Mar 5, 2019, 8:01 PM IST

VDV

নলবাৰী, ৫ মাৰ্চ: মঙলবাৰে সাংস্কৃতিক প্ৰকল্প আৰু সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠান সম্পন্ন কৰা হয় নলবাৰীৰ বৰআজাৰাত ।
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা এই আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেয়ে । আধাৰশিলা স্থাপন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে- অসমৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত ৰাজ্যত সোনোৱাল চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ।

VIDEO
সংস্কৃতিত চহকী অসমৰ সংস্কৃতিক ঐতিহ্যক জীয়াই ৰখাৰ বাবে বিজেপি চৰকাৰে সদায় কাম কৰি যাব ।এই সভাত উপস্থিত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক অশোক শৰ্মা , বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, জিলা উপাযুক্ত ভাৰত ভূষণ দেব চৌধুৰীৰ লগতে বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকে ।

Intro:নলবাৰীত সাংস্কৃতিক প্ৰকল্প আৰু সাংস্কৃতিক মঞ্চৰ আধাৰ শিলা স্থাপন মন্ত্ৰী দলেৰ

নলবাৰীৰ বৰআজাৰাত আজি সাংস্কৃতিক প্ৰকল্প আৰু সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন হয়।অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহয়োগত ইয়াৰ আধাৰশিলা স্থাপন কৰে সাংস্কৃতিক মন্ত্ৰী নব কুমাৰ দলেয়ে। 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা এই সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেযে কয় যে- অসমৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত ৰাজ্যত সোনোৱাল চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।সংস্কৃতিত চহকী বৰঅসমত সংস্কৃতিক ঐতিহ্যক জীয়াই ৰখাৰ বাবে বিজেপি চৰকাৰে সদায় কাম কৰি যাব।এই সভাত উপস্থিত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক অশোক শৰ্মা , বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, জিলা উপাযুক্ত ভাৰত ভূষণ দেব চৌধুৰীৰ লগতে বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকে।
ইফালে ভাষণত মন্ত্ৰী পাটোবাৰীয়ে কলা পতাকাৰ বৰ্ণনা কৰে।আনহাতে সাংবাদিকৰ আগত মন্ত্ৰী চন্দ্ৰ মোহন পাটোবাৰীয়ে কয় যে লোকসভা নিৰ্বাচনত অগপ দলৰ লগত বুজাপৰা অগপ দলে সিদ্ধান্ত লৱ।
।Body:বাইট নব দলৈ
চন্দ্ৰমোহন পাটোৱাৰীConclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.