ETV Bharat / state

বানৰ কবলত কমাৰকুছি আৰক্ষী চকী - কৰ’ণা ভাইৰাছ

বানৰ কবলত পৰিল নলবাৰীৰ বৰভাগৰ কমাৰকুছি আৰক্ষী চকী । সম্পূৰ্ণ ৰূপে জলমগ্ন হৈ পৰিল কমাৰকুছি আৰক্ষী চকী ৷

Flood in Nalbari, Police Station under Water

author img

By

Published : Jul 2, 2020, 4:43 AM IST

Updated : Jul 2, 2020, 7:20 AM IST

নলবাৰী, 2 জুলাই: নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত হাহাকাৰ পৰিস্থিতি নলবাৰীত ৷ উফন্দি উঠা নৈ উপনৈ সমূহৰ পানীৰ কবলত এতিয়া আৰক্ষী চকী । বানৰ কবলত পৰিল নলবাৰীৰ বৰভাগৰ কমাৰকুছি আৰক্ষী চকী। সম্পূৰ্ণ ৰূপে জলমগ্ন হৈ পৰিল কমাৰকুছি আৰক্ষী চকী ৷

বানৰ কবলত কমাৰকুছি আৰক্ষী চকী

উল্লেখযোগ্য যে,এতিয়া কৰ’ণা ভাইৰাছ আৰু বানৰ লগত একেলগে সহাৱস্থান কৰিব লগা হৈছে আৰক্ষী সকলে। কমাৰকুছি আৰক্ষী চকীৰ কোৱাটাৰত এক আঠু পৰ্যন্ত পানী ৷ আনকি এতিয়া বিচনাৰ কাষলৈ উঠিছে পানী। বাহিৰে ভিতৰে অহা যোৱা পথ এতিয়া জলমগ্ন ৷ যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে এইসকল আৰক্ষী বিষয়া কৰ্মচাৰীসকল । বিচনাৰ ওপৰতে ৰন্ধা,বঢ়া খোৱা একেলগে কৰিব লগা হৈছে । আনকি বানৰ ফলত কলৰ ভুৰত আহ যাহ কৰিবলগীয়া হৈছে এইসকল আৰক্ষীয়ে ।

এয়া হৈছে অসম আৰক্ষীৰ আধুনিকীকৰণ প্ৰকৃত ছবি । বৰভাগ ৰাজহ চক্ৰৰ অধীনত বৰ্তমান লৈকে 10 খনতকৈ অধিক গাঁও বানৰ কবলত ৷

লগতে পঢ়কঃ ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 33 জনলৈ বৃদ্ধি

Last Updated : Jul 2, 2020, 7:20 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.