ETV Bharat / state

নলবাৰীত অব্যাহত বানৰ তাণ্ডৱ

সমগ্ৰ অসমতে এতিয়া বানৰ সংহাৰী ৰূপ । সংহাৰী ৰূপ অব্যাহত নলবাৰীত । তথ্যমতে জিলাখনৰ ৭ টা ৰাজহ চক্ৰৰ ১৭৪ খন গাওঁ প্লাৱিত । বানৰ কবলত পৰিছে ২৩০৪৭৫ গৰাকী লোক । জিলাখনৰ ভিন্ন প্ৰান্তত ২২ টাকৈ আশ্ৰয় শিৱিৰত ৫৬৫ গৰাকী লোক আশ্ৰয় লৈছে । ইফালে ৬৪ টা সাহাৰ্য্য বিতৰণ কেন্দ্ৰৰ পৰা বানাক্ৰান্ত লোকক সাহাৰ্য্য প্ৰদান জিলা প্ৰশাসনে ।

নলবাৰীত অব্যাহত বানৰ তাণ্ডৱ
author img

By

Published : Jul 18, 2019, 10:41 AM IST

নলবাৰী,18 জুলাইঃ নলবাৰী বানৰ তাণ্ডৱ অব্যাহত । ১৭৪ খন গাওঁ পৰিল বছৰৰ দ্বিতীয়টো বানত । সমগ্ৰ অসমতে এতিয়া বানৰ সংহাৰী ৰূপ । সংহাৰী ৰূপ অব্যাহত নলবাৰীত । তথ্যমতে জিলাখনৰ ৭ টা ৰাজহ চক্ৰৰ ১৭৪ খন গাওঁ প্লাৱিত । বানৰ কবলত পৰিছে ২৩০৪৭৫ গৰাকী লোক । জিলাখনৰ ভিন্ন প্ৰান্তত ২২ টাকৈ আশ্ৰয় শিৱিৰত ৫৬৫ গৰাকী লোক আশ্ৰয় লৈছে । ইফালে ৬৪ টা সাহাৰ্য্য বিতৰণ কেন্দ্ৰৰ পৰা বানাক্ৰান্ত লোকক সাহাৰ্য্য প্ৰদান জিলা প্ৰশাসনে । আনহাতে ১৬ টাকৈ চিকিৎসা কৰ্মীৰ দলে বানপিড়িত চিকিৎসা আগবঢ়োৱাৰ কথা জিলা প্ৰশাসনৰ পৰা জানিবলৈ দিছে ।

নলবাৰীত অব্যাহত বানৰ তাণ্ডৱ

তথ্য মতে আজি নলবাৰী জিলা প্ৰশাষনে বানাক্ৰান্ত লোকৰ মাজত ২৯৯.৫০ কুইন্টল চাউলৰ লগতে ৫৪.৫৩ কুইন্টল ডাইল,১৬.৩৫ কুইন্টল নিমখ আৰু ১৬৩৫ লিটাৰ মিঠাতেল বিতৰণ কৰিছে । ইফালে পশুধনৰ বাবে ২১৩.২ কুইন্টল গোমৰ ভুচি , মমবাতি, ধূপ, মহখেদাক ইল আদিও সাহাৰ্য্য হিচাপে বিতৰণ কৰা বুলি জিলা প্ৰশাষনৰ পৰা জানিব দিছে । জিলা প্ৰশাসনৰ পৰা বান সাহাৰ্য্য প্ৰদান কৰাৰ পিছতো বিভিন্ন প্ৰান্তত বান সাহাৰ্য্য নোপোৱাৰ অভিযোগ বানপীড়িতৰ ।

Intro:নলবাৰীত বানৰ তাণ্ডৱ অব্যাহত।প্লাবিত ১৭৪ খন গাওঁ।

Body:নলবাৰী বানৰ তাণ্ডৱ অৱ্যাহত।১৭৪ খন গাওঁ পৰিল বছৰৰ দ্বিতীয়টো বানত ।সমগ্র অসমতে এতিয়া বানৰ সংহাৰী ৰূপ।সংহাৰী ৰূপ অব্যাহত নলবাৰীত। তথ্যমতে জিলাখনৰ ৭ টা ৰাজহ চক্ৰৰ ১৭৪ খন গাওঁ প্লাৱিত।বানৰ কবলত পৰিছে ২৩০৪৭৫ গৰাকী লোক।জিলাখনৰ ভিন্ন প্ৰান্তত ২২ টাকৈ আশ্ৰয় শিৱিৰত ৫৬৫ গৰাকী লোক আশ্ৰয় লৈছে।ইফালে ৬৪ টা সাহাৰ্য্য বিতৰণ কেন্দ্ৰ ৰ পৰা বানাক্ৰান্ত লোকক সাহাৰ্য্য প্ৰদান জিলা প্ৰশাসনে।আনহাতে ১৬ টাকৈ চিকিৎসা কৰ্মীৰ দলে বানপিড়িত চিকিৎসা আগবঢ়োৱা ৰ কথা জিলা প্ৰশাষনৰ পৰা জানিবলৈ দিছে।

Conclusion:তথ্য মতে আজি নলবাৰী জিলা প্ৰশাষনে বানাক্ৰান্ত লোকৰ মাজত ২৯৯.৫০ কুইন্টল চাউলৰ লগতে ৫৪.৫৩ কুইন্টল ডাইল,১৬.৩৫ কুইন্টল নিমখ আৰু ১৬৩৫ লিটাৰ মিঠাতেল বিতৰণ কৰিছে।

ইফালে পশুধনৰ বাবে ২১৩.২ কুইন্টল গোমৰ ভুচি ,মমবাতি,ধূপ,মহখেদা ক ইল আদিও সাহাৰ্য্য হিচাপে বিতৰণ কৰা বুলি জিলা প্ৰশাষনৰ পৰা জানিব দিছে।জিলা প্ৰশাষনৰ পৰা বান সাহাৰ্য্য প্ৰদান কৰাৰ পিছতো বিভিন্ন প্ৰান্তত বান সাহাৰ্য্য নোপোৱাৰ অভিযোগ বানপিড়িতৰ।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.