ETV Bharat / state

মীন বিভাগৰ অভিযানত জব্দ মাছমৰীয়াৰ জাল - মাছমৰীয়াৰ জাল

নলবাৰীৰ মুকালমুৱাত মীন বিভাগৰ অভিযান জব্দ জাল ৷ আইনমতে বৰ্জনীয় জালসমুহ ব্যৱহাৰ কৰি আছিল একাংশ মাছমৰীয়াই ৷ দৌলাশাল আৰক্ষীৰ সহযোগত জিলা মীন বিভাগৰ এই অভিযান

Fishing Net seized
author img

By

Published : May 17, 2019, 5:23 PM IST

নলবাৰী, 17 মে’ : মীন আইন উলংঘাকাৰীৰ বিৰুদ্ধে নলবাৰীৰ মুকালমুৱাত মীন বিভাগৰ অভিযান ৷ অভিযানত কাপলাবড়িৰ ব্ৰহ্মপুত্ৰৰ পাৰ ঘাটত বৃহৎপৰিমাণৰ মাছমৰীয়াৰ মাছ ধৰা জাল জব্দ কৰে বিভাগটোৱে । কণীযুক্ত মাছ ধৰাৰ লগতে আইনমতে বৰ্জনীয় জালসমুহ ব্যৱহাৰ কৰি আছিল একাংশ মাছমৰীয়াই ৷ দৌলাশাল আৰক্ষীৰ সহযোগত জিলা মীন বিষয়া প্ৰতুল বেজবৰুৱাৰ নেতৃত্বত এটা দলে পুৱা 4 বজাৰ পৰা ব্ৰহ্মপুত্ৰ নৈত চলাইছিল অভিযান । জব্দ কৰা জালসমুহ জমা ৰখা হৈছে দৌলাশাল আৰক্ষী চকীত ৷ থলুৱা কণীযুক্ত মাছ নধৰিবলৈ বিভিন্ন প্ৰচাৰ চলোৱা হৈছে বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷

মীন বিভাগৰ অভিযানত জব্দ মাছমৰীয়াৰ জাল

Sulg Fish department net seized..
17may
Story FTP

OCVO=মুকালমুৱাৰ কাপলাবড়িৰ ব্ৰহ্মপুত্ৰ পাৰ ঘাটত মীন বিভাগৰ অভিযান। বৃহৎ পৰিমাণৰ মাছমৰিয়াৰ মাছ ধৰা জাল জব্দ । ব্ৰহ্মপুত্ৰত কণী যুক্ত মাছ মাৰি আছিল মাছ মৰীয়া সকলে। জিলা মীন বিষয়া প্ৰতুল বেজবৰুৱাৰ নেতৃত্বত এটা বৃহৎ দলে ৰাতিপুৱা ৪ বজাৰ পৰা ব্ৰহ্মপুত্ৰৰ নৈত চলাইছিল অভিযান। সহযোগ কৰিছিল দৌলশাল আৰক্ষীও। উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰ নৈত দীৰ্ঘ দিন ধৰি কণী যুক্ত মাছ ধৰি আছিল মাছ মৰীয়া সকলে।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.