ETV Bharat / state

নলবাৰীৰ বৰাজোলত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Aug 29, 2022, 1:59 PM IST

বৰাজোলত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ কুশল দাস নামৰ লোকজনৰ চাহ দোকানত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় চাহৰ দোকানখন (Tea stall burnt in fire incident)৷

Fire breakout at Borajol
বৰাজোলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

নলবাৰী, 29 আগষ্ট: নলবাৰীৰ বৰাজোলত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire breakout at Borajol)৷ দেওবাৰে নিশা প্ৰায় 11 বজাত কুশল দাস নামৰ লোকজনৰ চাহ দোকানত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় চাহৰ দোকানখন (Tea stall burnt in fire incident)৷

লগে লগে স্থানীয় লোকে হুৱা-দুৱা লগোৱাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে ৷ অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপিত হোৱাৰ ফলত নিকটৱৰ্তী বাকী ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ ৰক্ষা পৰে ৷ অগ্নিকাণ্ডৰ খবৰ পাই ঘগ্ৰাপাৰ আৰক্ষী উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীও উপস্থিত হয় ঘটনাস্থলীত ৷

বৰাজোলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

এতিয়াও অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷ স্থানীয় ৰাইজে অচিৰেই ঘগ্ৰাপাৰ থানাৰ সন্মুখত অগ্নিনিৰ্বাপক বাহিনীৰ ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ৰ টিংখাঙত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.