ETV Bharat / state

নলবাৰীত আটক ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : May 25, 2021, 8:02 PM IST

নলবাৰীত আটক ড্ৰাগছ সৰবৰাহকাৰী ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী জন নলবাৰীৰ বিদ্যুত দাস ওৰফে ৰাজা ৷ 3.76 গ্ৰাম ড্ৰাগছ সহ জব্দ নগদ 2 হাজাৰ টকা ৷

drugs-peddler-arrested-in-nalbari
নলবাৰীত ড্ৰাগছ সৰবৰাহকাৰী আটক

নলবাৰী, 25 মে': ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী ৷ আটক হৈছে ইজনৰ পিছত আনজন ড্ৰাগছ সৰবৰাহকাৰী ৷

এইবাৰ নলবাৰীত আৰক্ষীৰ অভিযানত ধৰা পৰিল ড্ৰাগছ সৰবৰাহকাৰী ৷ নলবাৰী চহৰৰ সোনপুৰৰ নিজ ঘৰৰ পৰা তিনিটা ব্ৰাউন চুগাৰৰ কন্টেনাৰ সহ আৰক্ষীয়ে আটক কৰে বিদ্যুত দাস ওৰফে ৰাজা নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক ৷

নলবাৰীত ড্ৰাগছ সৰবৰাহকাৰী আটক

দীৰ্ঘদিন ধৰি ঘৰৰ পৰা ড্ৰাগছৰ বেহা চলাই থকা ৰাজাক অৱশেষত নলবাৰী আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত মঙলবাৰে দুপৰীয়া কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে 3.76 গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে উদ্ধাৰ কৰে নগদ 2 হাজাৰ টকা ৷

লগতে পঢ়ক:পশ্চিমবংগৰ হিংসা : ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্র প্ৰেৰণ সচেতন নাগৰিক মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.