ETV Bharat / state

নলবাৰীত ভয়াৱহ অগ্নিকাণ্ডঃ জাহ গ'ল ব্যৱসায়িক প্ৰতিষ্ঠান - devastating-fire-burns-several-commercial-shops-at-nalbari

নলবাৰীৰ কাশীমপুৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় ৷

নলবাৰীত ভয়াৱহ অগ্নিকাণ্ডত জাহ গ'ল ব্যৱসায়িক প্ৰতিষ্ঠান
author img

By

Published : Aug 20, 2019, 10:57 PM IST

নলবাৰী, 20আগষ্টঃ

  • নলবাৰী চহৰৰ কাচিমপুৰত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা
  • অগ্নিকাণ্ডৰ ফলত পাঁচখনকৈ দোকান ভস্মীভূত হয়
  • এখন চাহৰ দোকানত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো হোৱা বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে
  • অগ্নিকাণ্ডত এখন ফাৰ্মাচী,দুখন চাহৰ দোকান,এখন চাইকেল দোকান আৰু এখন হোমিঅ'পেথিক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জাহ যায়
  • অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে
  • আনহাতে ফাৰ্মাচীখনত থকা 35 হাজাৰ টকাসহ সৰ্বমুঠ সাত লক্ষাধিক টকাৰ সামগ্ৰীৰ ক্ষতিসাধন হয়

Intro:কাশীমপুৰত ভয়াবহ অগ্নিকাণ্ড ।।কেইবাখনো ব্যৱসায়িক প্ৰতিস্থান ভস্মীভূত Body:নলবাৰী ৰ কাচিমপুৰত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ।অগ্নিকাণ্ডৰ ফলত জাহ যায় পাচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ।এখন চাহৰ দোকানত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড হোৱা বুলি জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শীয়ে ।অগ্নিকাণ্ডত এখন ফাৰ্মাচি,দুখন চাহ দোকান,এখন চাইকেল দোকান আৰু এখন হোমিঅ'পেথিক প্ৰতিষ্ঠান জাহ যায় ।ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই ।উল্লেখ্য যে ফাৰ্মাচি খনত থকা নগদ ধন ৩৫ হাজাৰ টকা সহ সৰ্বমুঠ সাত লক্ষাধিক টকাৰ ক্ষতি সাধন হয় ।

বাইটঃদোকানৰ গৰাকীConclusion:কৈলাস ডেকা,নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.