ETV Bharat / state

নলবাৰীত ৰিভলভাৰ সহ আটক ডকাইত

আটকাধীন ডকাইতজন লিয়াকৎ আলী

নলবাৰীত ৰিভলভাৰ সহ আটক ডকাইত
author img

By

Published : Mar 15, 2019, 11:22 PM IST

নলবাৰী,15 মাৰ্চ : এটা ৰিভলভাৰ আৰু পাঁচ জাই গুলিসহ ডকাইত আটক মুকালমুৱা আৰক্ষীৰ ৷ এক গোপন সূত্ৰৰ পম খেদি ডকাইতটোক বৰপেটাৰ হাবি ৰাধাকুছিৰ পৰা আটক কৰে মুকালমুৱা আৰক্ষীয়ে ৷

নলবাৰীত ৰিভলভাৰ সহ আটক ডকাইত

সম্প্ৰতি মুকালমুৱা আৰক্ষী থানাত লিয়াকৎ আলী নামৰ এই ডকাইতটোৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি বিভিন্ন অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ডকাইতজনে ৷

Intro:Slug=Pistol Recover...15Mar...

#ৰিভলভাৰ সহ ডকাইত আটক#

V.O=মুকালমুৱা আৰক্ষীয়ে আজি এজন দূধৰ্ষ ডকাইত আটক কৰে ৷ এটা ৰিভলভাৰ আৰু ৫ জাই গুলি সহ আটক কৰে ডকাইত জনক l এক গোপন সূত্ৰৰ পম খেদি ডকাইত জনক বৰপেটাৰ হাবি ৰাধাকুছিৰ পৰা আটক মুকালমুৱা আৰক্ষীয়ে ৷ আতকাধীন ডকাইত জনৰ নাম লিয়াকৎ আলী ৷ সম্প্ৰতি মুকালমুৱা আৰক্ষী থানাত জেৰা কৰি থকা হৈছে দূধৰ্ষ ডকাইতটোক ৷ ডকাইত জনে দীৰ্ঘ দিন ধৰি বিভিন্ন অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল lBody:কৈলাস ডেকাConclusion:নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.