ETV Bharat / state

পূৰবী ডেইৰীয়ে গ্ৰামাঞ্চলৰ দুগ্ধ ফাৰ্মক নিদিয়ে উচিত মূল্য - assam news

অসম চৰকাৰৰ পৰা সা-সুবিধা লাভ কৰা পূৰবী ডেইৰীয়ে গ্ৰামাঞ্চলৰ দুগ্ধ উৎপাদন কেন্দ্ৰ সমুহৰ পৰা গাখীৰ সংগ্ৰহ কৰে যদিও প্ৰাপ্য মূল্য নিদিয়াৰ লগতে বহু সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ গো-পালক সকলৰ ৷

পূৰবী ডেইৰীয়ে গ্ৰামাঞ্চলৰ দুগ্ধ ফাৰ্মক নিদিয়ে প্ৰাপ্য মূল্য
author img

By

Published : Aug 16, 2019, 7:57 PM IST

নলবাৰী, 16 আগষ্টঃ অসমত গাখীৰৰ প্ৰচুৰ চাহিদা আছে যদিও উৎপাদন বহু কম । শুকুৰবাৰে নলবাৰী জিলা দুগ্ধ উৎপাদন কো-আপাৰেটিভ চচাইটিয়ে সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে ৷ লগতে পূৰবী ডেইৰী আদি ডাঙৰ অনুষ্ঠানবোৰে সমবায় সমূহক শোষণ কৰি আছে বুলিও অভিযোগ উত্থাপন কৰে ৷ অসম চৰকাৰৰ পৰা সা-সুবিধা লাভ কৰা পূৰবী ডেইৰীয়ে গ্ৰামাঞ্চলৰ দুগ্ধ উৎপাদন কেন্দ্ৰ সমুহৰ পৰা গাখীৰ সংগ্ৰহ কৰে যদিও প্ৰাপ্য মূল্য নিদিয়াৰ লগতে বহু সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে বুলি অভিযোগ কৰে ৷ যাৰ বাবে সংবাদমেল যোগে এই পূৰবী ডেইৰীৰ সলনি গ্ৰামাঞ্চলৰ দুগ্ধ উৎপাদন কেন্দ্ৰ সমূহক প্ৰত্যক্ষভাবে অসম চৰকাৰে সহায় কৰিবলৈ দাবী উত্থাপন কৰে ৷

Intro:নলবাৰী জিলা দুগ্ধ উৎপাদন কো আপাৰেটিভ চচাইটিৰ সংবাদমেল।Body:অসমত গাখীৰৰ প্ৰচুৰ চাহিদা আছী যদিও উৎপাদন বহু কম । ইয়াৰ মাজতে । অসমৰ কাৰণে ভাল খবৰ এই যে এতিয়া অসমৰ গাৱে ভূঞে সমবায় ভিত্তিত গঢ়ি উঠিছে দুগ্ধ উৎপাদন ফাৰ্ম । কিন্তু গ্ৰামাঞ্চলৰ দুগ্ধ পাম সমূহে লাভ কৰা নাই চৰকাৰী সা সুবিধা । আৰু ইয়াৰ মাজতে পুৰবী ডেইৰী আদি ডাঙৰ অনুষ্ঠান বোৰে এই সমবায় সমূহক শোষণ কৰি আছে বুলি অভিযোগ উত্থাপন হৈছে । আজি নলবাৰীত এক সংবাদ মেল যোগে এই অভিযোগ উত্থাপন কৰে নলবাৰী জিলা দুগ্ধ উৎপাদন কো আপাৰেটিভ চচাইটিয়ে । অসম চৰকাৰৰ পৰা যথেষ্ট সা সুবিধা লাভ কৰা পুৰবী ডেইৰীয়ে গ্ৰামাঞ্চলৰ এই দুগ্ধ উৎপাদন কেন্দ্ৰ সমুহৰ পৰা গাখীৰ সংগ্ৰহ কৰে যদিও প্ৰাপ্য মুল্য নিদিয়াৰ লগতে বহু সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে । আৰু সেই বাবেই আজি এই সংবাদ মেল যোগে এই পুৰবী ডেইৰীৰ সলনি গ্ৰামাঞ্চলৰ দুগ্ধ উৎপাদন কেন্দ্ৰ সমুহক প্ৰত্যক্ষ ভাবে অসম চৰকাৰে সহায় কৰিবলৈ দাবী উত্থাপন কৰে ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.