ETV Bharat / state

ন-ৰূপত নলবাৰী নাট্য মন্দিৰ মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - মুখ্যমন্ত্ৰী

নলবাৰীৰ সাংস্কৃতিক আৰু সামাজিক দিশত বিশেষ অৰিহনা যোগোৱা নলবাৰী নাট্য মন্দিৰক সত্তৰ লাখ টকা ব্যয় সাপেক্ষে আধুনিকীকৰণ কৰাৰ পাচত শনিবাৰে আনুস্থানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

নলবাৰীৰ টিহুলৈ নিৰ্ধাৰণ কৰা হৈছে গুৱাহাটীৰ সীমাঃ সোণোৱাল
author img

By

Published : Aug 10, 2019, 11:45 PM IST

নলবাৰী, 10 আগষ্টঃ নলবাৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নলবাৰীৰ সাংস্কৃতিক আৰু সামাজিক দিশত বিশেষ অৰিহনা যোগোৱা নলবাৰী নাট্য মন্দিৰক সত্তৰ লাখ টকা ব্যয় সাপেক্ষে আধুনিকীকৰণ কৰাৰ পাচত শনিবাৰে পুনৰ আনুস্থানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বিধায়ক অশোক শৰ্মা, সাংসদ দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা আদিৰ উপস্থিতিত মুকলি কৰে সোণোৱালে ৷

আনহাতে, নলবাৰীত বহু মেধাৰ জন্ম হোৱা বুলি কোৱাৰ লগতে নলবাৰীয়ে অসমৰ কাৰণে বহু কৰিব পাৰে বুলিও মন্তব্য কৰে । তাৰোপৰি গুৱাহাটীৰ সীমা নলবাৰীৰ টিহুলৈ নিৰ্ধাৰণ কৰা হৈছে বুলিও কয় ৷
খেতিয়ক সকলৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পোৱাৰ ব্যবস্থা কৰা হৈছে বুলি ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে । অসমৰ 27 লক্ষ্য খেতিয়কক সহায় কৰিবলৈ আঁচনি লোৱা হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Intro:নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।Body:নলবাৰীৰ সাংস্কৃতিক আৰু সামাজিক দিশত বিশেষ অৰিহনা যোগোৱা নলবাৰী নাট্য মন্দিৰক সত্তৰ লাখ টকা ব্যয় সাপেক্ষে আধুনিকীকৰণ কৰাৰ পিছত আজি আনুস্থানিক ভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ মুকলি কৰে । বিধায়ক অশোক শৰ্মা, সাংসদ দিলীপ শইকীয়া , জয়ন্ত মল্ল বৰুৱা আদিৰ উপস্থিতিত
নলবাৰীৰ আবেগ বিজৰিত নাট্য মন্দিৰ পুনৰ মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
এই নাট্য মন্দিৰ মুকলি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে পবিত্ৰ নাট্য মন্দিৰক সৎ ব্যৱহাৰ কৰিব লাগিব । নলবাৰীৰ সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানত বিকাশত নাট্য মন্দিৰে অভূতপূৰ্ব বৰঙণি আগবঢ়াব বুলিও তেও ব্যক্ত কৰে । আনহাতে
নলবাৰীত বহু মেধাৰ জন্ম হৈছে বুলি কোৱাৰ লগতে নলবাৰীয়ে অসমৰ কাৰণে বহু কৰিব পাৰে বুলিও কয় । গুৱাহাটীৰ সীমা নলবাৰীৰ টিহুলৈ নিৰ্ধাৰণ কৰা হৈছে বুলি কোৱাৰ উপৰি
খেতিয়ক সকলৰ উৎপাদিত সামগ্ৰীৰ উচিত মুল্য পোৱাৰ ব্যবস্থা কৰা হৈছে বুলি ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে । অসমৰ 27 লক্ষ্য খেতিয়কক সহায় কৰিবলৈ আঁচনি লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে । কৃষি আৰু ঋষিক বাদ দি ভাৰতীয় সংস্কৃতি আগ বাঢ়িব নোৱাৰে বুলি কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সংস্কৃতি আগুৱাই নিব লাগিব বুলি ব্যক্ত কৰে । আজিৰ এই অনুষ্ঠানত নলবাৰীৰ কেইবাটাও অনুষ্ঠানে মুখ্যমন্ত্ৰীৰ দুৰ্যোগ পুজিলৈ কেইবালক্ষ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰদান কৰে ।

Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.