ETV Bharat / state

চাফাই অভিযানেৰে নতুনক আদৰিলে নলবাৰী ৰাইজে - nalbari

নলবাৰী চহৰত বছৰৰ অন্তিমটো দিনত চাফ-চিকুণত ব্যস্ত বিভিন্ন বিভাগৰ কৰ্মচাৰী সকল ৷ অংশ ল'লে নলবাৰী চহৰৰ জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷

cleanliness mission at nalbari
চাফাই অভিযানেৰে নতুনক আদৰিলে নলবাৰী ৰাইজে
author img

By

Published : Dec 31, 2019, 11:31 AM IST

নলবাৰী, 31 ডিচেম্বৰ : বছৰৰ অন্তিমটো দিনত নলবাৰী চহৰত ৰাতিপুৱাৰ পৰা চাফ-চিকুণত ব্যস্ত বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলে। নলবাৰী চহৰৰ মাজমজিয়াত অৱস্থিত নাট্য মন্দিৰৰ পৰা আৰম্ভ কৰি নলবাৰী বজাৰ হৈ চহৰৰ বিভিন্ন প্ৰান্তত কৰ্মচাৰী সকলে চলালে চাফাই অভিযান। ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে নলবাৰী চহৰ পৰিষ্কাৰ অভিযানত অংশ লৈ হাতত ঝাড়ু ল'লে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ এনেদৰেই নলবাৰী চহৰ চাফ-চিকুণ কৰি পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে জিলাখনৰ লোকসকল।

চাফাই অভিযানেৰে নতুনক আদৰিলে নলবাৰী ৰাইজে

আৰু পঢ়ক : নলবাৰীত খিলঞ্জীয়াৰ গণ হু‌ংকাৰ

Intro:বছৰৰ অন্তিমটো দিনত নলবাৰী চহৰত ব্যতিক্ৰমী দৃশ্য ।চাফ-চিকুণত ব্যস্ত বিভিন্ন বিভাগৰ কৰ্মচাৰী সকল।Body:আজি ৩১ ডিচেম্বৰ।বছৰৰ অন্তিমটো দিন ।আৰু বছৰৰ এই অন্তিমটো দিনত নলবাৰী চহৰত দেখা পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য।ৰাতিপুৱাৰে পৰা নলবাৰী চহৰত চাফ-চিকুণ চলালে বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলে‌। নলবাৰী চহৰৰ মাজমজিয়াৰ নাট্য মন্দিৰৰ পৰা আৰম্ভ কৰি নলবাৰী বজাৰ হৈ চহৰৰ বিভিন্ন প্ৰান্তত কৰ্মচাৰী সকলে চলালে চাফাই অভিযান।ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে নলবাৰী চহৰ পৰিস্কাৰ অভিযানত অংশ লৈ হাতত ঝাড়ু তুলি ললে জিলা উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ লগতে বিভিন্ন কৰ্মচাৰীসকল।এনেদৰেই চাফ চিকুণ কৰি পুৰণিক বিদা য় দি নতুনক আদৰিবলৈ সাজু হৈছে জিলাখন।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.