ETV Bharat / state

নলবাৰী নাট্য় মন্দিৰত স্ব-ৰচিত নাট উপভোগ কৰিলে আৰক্ষী সঞ্চালক প্ৰধানে

নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চিফুং দা আৰ্টিছৰ উদ্যোগত ৰঙ্গমঞ্চ গুৱাহাটীৰ দ্বাৰা মঞ্চস্থ হয় আৰক্ষী সঞ্চালক প্ৰধান ড৹ কুলধৰ শইকীয়াৰ স্ব-ৰচিত নাট লালুকসোলা । নাট খন উপভোগ কৰাৰ বাবে দৰ্শকৰ শাৰীত বহিল আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকী ।

নলবাৰীত দৰ্শকৰ শাৰীত নাট উপভোগ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ
author img

By

Published : Oct 26, 2019, 12:34 PM IST

নলবাৰী, ২৬ অক্টোবৰঃ নলবাৰী নাট্য মন্দিৰত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ৰচিত লালুকসোলা নাট মঞ্চস্থ হয় । দৰ্শকৰ শাৰীত বহি নাট উপভোগ কৰিলে কুলধৰ শইকীয়াই ।

নলবাৰীত দৰ্শকৰ শাৰীত নাট উপভোগ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ

নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চিফুং দা আৰ্টিছৰ উদ্যোগত ৰঙ্গমঞ্চ গুৱাহাটীৰ দ্বাৰা মঞ্চস্থ হয় আৰক্ষী সঞ্চালক প্ৰধান ড৹ কুলধৰ শইকীয়াৰ দ্বাৰা স্ব-ৰচিত নাট লালুকসোলা । নাট খন উপভোগৰ বাবে নলবাৰী নাট্য মন্দিৰৰ ৰঙ্গমঞ্চত দৰ্শকৰ শাৰীত একেলগে বহিলে আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকী । তাৰোপৰি আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে নাটখন উপভোগ কৰাৰ লগতে এটি এলবামো মুকলি কৰে । জনপ্ৰিয় কবি প্ৰনৱ কুমাৰ বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি আৰক্ষীৰ বিষয়া গৰাকীয়ে কয় যে, এই লালুকসোলা নাটক খন ১৯৮৮ চনতে শিৱসাগৰত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দ্বায়িত্বত থকাৰ সময়তে ৰচনা কৰিছিল আৰু সেই নাটখনেই দৰ্শকৰ শাৰীত বহি উপভোগ কৰিবলৈ পাই তেওঁ আপ্লুট হৈ । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ দ্বাৰা ৰচিত এই নাট খন উপভোগ কৰিবলৈ প্ৰশাসনৰ বিষয়ববীয়া সকলৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Intro:নলবাৰী নাট্য মন্দিৰত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ লালুকসোলা নাট মঞ্চস্থ ।।।দৰ্শকৰ শাৰীত আৰক্ষীৰ সঞ্চালক প্ৰধান।Body:নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চিফুং দা আৰ্টিছৰ উদ্যোগত ৰঙ্গমঞ্চ গুৱাহাটীৰ দ্বাৰা নিবেদিত আৰক্ষী সঞ্চালক প্ৰধান ড৹ কুলধৰ শইকীয়াৰ দ্বাৰা স্ব- ৰচিত নাটখন উপভোগৰ বাবে নলবাৰী নাট্য মন্দিৰৰ দৰ্শকৰ শাৰীত বহিল আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকী । শুক্ৰবাৰে বিষয়া গৰাকী নাট্য মন্দিৰত উপস্থিত হৈ নিজে ৰচিত নাটখন উপভোগ কৰাৰ লগতে এটি এলবামো মুকলি কৰে । নাট উপভোগ কৰাৰ পূৰ্বে সঞ্চালক প্ৰধান গৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে চিফুং দা আৰ্টিছৰ উদ্যোক্তা সকলে । জনপ্ৰিয় প্ৰনব কুমাৰ বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি আৰক্ষীৰ বিষয়া গৰাকীয়ে কয় যে এই লালুকসোলা নাটক খন ১৯৮৮ চনতে শিৱসাগৰত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ হৈ থকা সময়তে ৰচনা কৰিছিল আৰু সেই নাটখনেই আজি দৰ্শকৰ শাৰীত বহি উপভোগ কৰিব পাই আৰক্ষী বিষয়া গৰাকী আপ্লুট হোৱা বুলি মন্তব্য প্ৰকাশ কৰে । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৰচিত এই নাট খন উপভোগ কৰিবলৈ প্ৰশাসনৰ বিষয়ববীয়া সকলৰ লগতে প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.