ETV Bharat / state

আপোনাৰ সহায়ে হাঁহি আনি দিব পূজাৰ জীৱনলৈ - নলবাৰী ছাত্ৰী

এগৰাকী কণমানি ছাত্ৰী ৷ হাঁহি-মাতি জীৱন উদযাপন কৰাৰ সময়তেই দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ দেহত থিতাপি লৈছে দুৰাৰোগ্য কৰ্কট ৰোগে ৷

দুৰাৰোগ্য ৰোগত আক্ৰান্ত এগৰাকী দুৰ্ভগীয়া ছাত্ৰী
author img

By

Published : Apr 26, 2019, 2:01 PM IST

নলবাৰী, 26 এপ্ৰিল : এই দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ বয়স মাত্ৰ 12 বছৰ৷ নলবাৰীৰ চামতাৰ ইডেন ভেলী একাডেমীত সপ্তম মান শ্ৰেণীত অধ্যয়ন কৰে পূজা বৰ্মন নামৰ ছাত্ৰীগৰাকী ৷

প্ৰায় তিনিমাহৰ পূৰ্বে হঠাৎ ছাত্ৰীগৰাকীৰ হাতত টেমুনাজাতীয় বস্তুৱে দেখা দিয়াত চিকিৎসকৰ শৰণাপন্ন হৈছিল ছাত্ৰীগৰাকীৰ পৰিয়াল ৷ কিন্তু পৰীক্ষণৰ অন্তত ছাত্ৰীগৰাকীৰ হাড়ত কৰ্কটৰোগে দেখা দিয়া বুলি ধৰা পৰাত হতাশাগ্ৰস্ততাত ভোগে ছাত্ৰীগৰাকীৰ পৰিয়াল ৷ গুৱাহাটীৰ পাটনা হাস্পতালত বৰ্তমানে ছাত্ৰীগৰাকীৰ চিকিৎসা অব্যাহত ৰাখিছে পৰিয়ালৰ লোকে ৷ ছাত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰিবলৈ পৰিয়ালৰ লোকক নিৰ্দেশ দিছে চিকিৎসকে ৷ কিন্তু অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা থমকি ৰ'বলগীয়াত পৰিছে দুৰ্ভগীয়া পৰিয়ালটো ৷ বহিঃৰাজ্যত ছাত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় 8-10 লাখ টকা ৷ কিন্তু দিন হাজিৰা কৰা ছাত্ৰীগৰাকীৰ পিতৃ অখিল বৰ্মনৰ বাবে এই অসম্ভৱ হৈ পৰিছে এই বৃহৎ পৰিমাণৰ ধন গোটোৱাটো ৷ পূজাৰ বৰ্মন সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ...

Slug Child Story
26Apr
Story FTP

##পখিলা খেদা বয়সত আক্রান্ত এগৰাকী ছাত্ৰী দুৰাৰোগ্য কৰ্কট ৰোগত।
##অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ বঞ্চিত ছাত্ৰীগৰাকী।

VO=1 নলবাৰীৰ চামতাৰ এগৰাকী ১২ বছৰীয়া ছাত্ৰী নাম পূজা বৰ্মন।সমনীয়াৰ সৈতে খেল ধেমালি খেলাৰ সময়তে জীবনলৈ নামি আহিছে এই অমানিশা।উল্লেখযোগ্য যে চামতা ইডেন ভেলী একাডেমিৰ সপ্তম মান শ্ৰেণীৰ ছাত্ৰী অখিল বৰ্মনৰ কন্যা পূজা বৰ্মনৰ  প্ৰায় তিনি মাহ পূৰ্বে হাত ফুলি উঠিছিল পৰবৰ্তী সময়তে পৰিয়াল চিকিৎসা কৰিছিল যদিও হাড়ত কৰ্কট ৰোগ হোৱাৰ বুলি জানিবলৈ দিয়ে চিকিৎসকে।যদিও বৰ্তমান গুৱাহাটীৰ পাটনা হস্পিতালত চিকিৎসা কৰি আহিছে কিন্তু  অসমৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে অনুমতি দিছে যদিও অৰ্থৰ অভাৱত থমকি ৰৱ লগা হৈছে পৰিয়ালটোৱে।বৰ্তমান লৈ কেইৱা লাখ টকাৰ খৰচ হোৱাৰ পিছত এতিয়া বাহিৰলৈ যোৱাৰ বাবে ৮/১০ লাখ টকাৰ প্ৰযোজন।দিন হাজিৰা কৰা পিতৃৰ বাবে অসম্ভৱ হৈ পৰিছে।সেয়েহে ৰাইজ তথা দল সংগঠনৰ সহায় বিছাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।ছাত্ৰী গৰাকীৰ নতুন জীৱন দিয়াৰ আপুনিও সহায়ৰ হাত আগবঢ়াৱ পাৰে।চামতা SBI শাখাৰ 35809722167 নম্বৰত।IFSC কোড নম্বৰ SBIN0014788ৰ পিতৃৰ অখিল বৰ্মনৰ একাউণ্টত সহায়ৰ হাত আগবঢ়াৱ পাৰে ।পিতৃৰ যোগাযোগৰ নম্বৰ 9366188187ত

বাইট আত্মীয়/পিতৃ/আইতা

V0=2 পূজা বৰ্মনৰ পঢ়া বিদ্যালয়ত এইদৰেই বহু দিনৰ পৰা উপস্থিত নথকাত  বিদ্যালয় ছাত্র ছাত্ৰীসকলে  দুখ প্ৰকাশ কৰাৰ লগতে সহাযৰ বাবে দানপাত্ৰ  তৈয়াৰ কৰি সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰয়াসৰ লগতে আশু আৰোগ্য কামনা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

বাইট ছাত্ৰী/অধ্যক্ষ

নলবাৰীৰ পৰা কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.