ETV Bharat / state

বিজেপি নেতাৰ আক্ৰমণৰ বলি আছুকৰ্মী - ইটিভি অসম

ঘগ্ৰাপাৰ থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল।

etv bharat
author img

By

Published : Feb 11, 2019, 10:13 AM IST

নলবাৰী, ১১ ফেব্ৰুৱাৰী : নলবাৰীত পুনৰ আছু কৰ্মীক প্ৰহাৰ বিজেপি নেতাৰ। অভিযোগ অনুসৰি দেওবাৰে নলবাৰী বৰাজোল চ’কত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতাক আক্ৰমণ কৰে একাংশ বিজেপি কৰ্মীয়ে।

nalbari aasu
ছাত্ৰ নেতাগৰাকীক প্ৰহাৰৰ অভিযোগত বিজেপি কৰ্মী ৰূপেন বৰ্মন, ৰাতুল দাস আৰু গকুল দাসৰ বিৰুদ্ধে ঘগ্ৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আছুৱে। উল্লেখ্য যে নলবাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন কৰি থকা অৱস্থাত ইয়াৰ পূৰ্বেও বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰিছিল আছু নেতাক। এই সমগ্ৰ ঘটনাৰ পাচত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে আছুকৰ্মীসকল।
undefined

Sl  AASU workar attack by BJP
11 Feb
Story FTP

OC : বিজেপি নেতা পালিনেতাই থানাৰ ভিতৰত গৈ আছু কৰ্মীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা কাণ্ডৰ উত্তেজনা মাৰ নৌযাওতেই পুনৰ বিজেপি কৰ্মীৰ দ্বাৰা প্ৰহৃত হল আছু কৰ্মী । নলবাৰীত পুনৰ  আক্ৰমণৰ সম্মুখীন হল   আছু কৰ্মী ।  নলবাৰী বৰাজোল চ’কত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখত   শাৰীৰিকভাৱে আক্ৰমণ কৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতাক৷ বিজেপিৰ কৰ্মীয়ে কংকন কলিতাক শাৰিৰীক ভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।  অভিযুক্ত বিজেপি কৰ্মী  ৰূপেন বৰ্মন,ৰাতুল দাস আৰু গকুল দাস ৰ বিৰুদ্ধে ঘগ্ৰাপাৰ আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ । ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সম্মুখতে এইদৰে ছাত্ৰ সন্থাৰ কৰ্মীক শাৰিৰীক ভাৱে অপদস্থ কৰাৰ লগতে ভাবুকি প্ৰদান কৰাত নলবাৰীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । 

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.