ETV Bharat / state

বিজয় সংকল্প সমাবেশ' সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

নলবাৰীৰ কেন্দুকুছিৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰত অনুস্থিত হ’ব লগা 'বিজয় সংকল্প সমাবেশ' সন্দৰ্ভত শুকুৰবাৰে শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰত এক সংবাদ মেলৰ আয়োজন কৰা হয়৷ দলৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে আতঁধৰা সংবাদমেলত উপস্থিত থাকি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কেন্দুকুছিৰ এই শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰৰ পৰা বিজেপি দলে ২০২১ চনৰ নিৰ্বাচনী ৰণডংকা আৰম্ভ হোৱাৰ কথা জনায় ৷

bjp press meet at nalbari
বিজয় সংকল্প সমাবেশ' সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল
author img

By

Published : Jan 22, 2021, 10:44 PM IST

Updated : Jan 22, 2021, 10:51 PM IST

নলবাৰী, 22 জানুৱাৰী : নলবাৰীৰ কেন্দুকুছিৰ পথাৰত বিজেপিৰ সংবাদমেল । নলবাৰীৰ কেন্দুকুছিৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰত অনুস্থিত হ’ব লগা 'বিজয় সংকল্প সমাবেশ' সন্দৰ্ভত শুকুৰবাৰে শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰত এক সংবাদ মেলৰ আয়োজন কৰা হয় ৷

দলৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে আতঁ ধৰা সংবাদমেলত উপস্থিত থাকি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কেন্দুকুছিৰ এই শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰৰ পৰা বিজেপি দলে ২০২১ চনৰ নিৰ্বাচনী ৰণডংকা আৰম্ভ কৰাৰ কথা জনায় ৷ ইপিনে, উক্ত সমাবেশত চাৰিখন জিলাৰ প্ৰায় 2 লাখ দলীয় কৰ্মীৰ ইয়াত সমাবেশ ঘটিব বুলি উল্লেখ কৰে ৷

উক্ত সংবাদমেলত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, বিজেপি নেত্ৰী ৰেখাৰাণী দাস বড়ো ৷

লগতে পঢ়ক: অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক প্ৰতিশ্ৰুতি সোঁৱৰালে দেৱব্ৰত শইকীয়াই

Last Updated : Jan 22, 2021, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.