ETV Bharat / state

নলবাৰী আৰক্ষীৰ হাতত আটক বাইক চোৰ

author img

By

Published : Jan 10, 2020, 12:02 AM IST

ইপিনে হাতে লোতে ধৰাত পৰা বাইক চোৰ হবিবুৰ ৰহমানে বাইকখন বন্ধকত ৰখা বুলিহে ব্যক্ত কৰে আৰক্ষীৰ আগত

আটক বাইক চোৰ
আটক বাইক চোৰ

নলবাৰী, 9 জানুৱাৰী: নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অভিযানত গ্ৰেপ্তাৰ হ'ল বাইক চোৰ । নলবাৰীৰ বৰাজোলত গ্ৰেপ্তাৰ হোৱা বাইক চোৰজন হবিবুৰ ৰহমান । গোপন সুত্ৰৰ পম খেদি ঘগ্ৰাপাৰ আৰক্ষীয়ে চুৰি বাইক সহ কৰায়ত্ব কৰে বাইক চোৰ হবিবুৰ ৰহমানক । ইপিনে হাতে লোতে ধৰাত পৰা বাইক চোৰ হবিবুৰ ৰহমানে বাইকখন বন্ধকত ৰখা বুলিহে ব্যক্ত কৰে আৰক্ষীৰ আগত ৷ ধৃত ব্যক্তিজনৰ বিৰুদ্ধে ঘগ্ৰাপাৰ থানাই ১৪/২০ কেচ আৰু us-৩৭৯/৪১১/৪৬৪ নম্বৰত গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰাই ৷

Intro:নলবাৰীত ৰঙা ঘৰৰ আলহী হল বাইক চোৰBody:নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অভিযানত গ্ৰেপ্তাৰ হল বাইক চোৰ । নলবাৰীৰ বৰাজোলত গ্ৰেপ্তাৰ হোৱা বাইক চোৰ জন হল হবিবুৰ ৰহমান । ঘগ্ৰাপাৰ আৰক্ষী থানাত ইতিমধ্যে এই সম্পৰ্কে গোচৰ ৰুজু কৰা হৈছে । এক গোপন সুত্ৰৰ পম খেদি ঘগ্ৰাপাৰ আৰক্ষীয়ে চুৰি বাইক সহ কৰায়ত্ব কৰে বাইক চোৰ হবিবুৰ ৰহমানক । ইপিনে হাতে লোতে ধৰাত পৰা বাইক চোৰ হবিবুৰ ৰহমানে বাইক খন বন্ধকত ৰখা বুলিহে ব্যক্ত কৰে৷ধৃত ব্যক্তিজনৰ বিৰুদ্ধে ঘগ্ৰাপাৰ থানাই ১৪/২০ কেচ আৰু us-৩৭৯/৪১১/৪৬৪ নম্বৰত গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰাই৷Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.