ETV Bharat / state

পুৰীৰ পৰা আহি নলবাৰীত উপস্থিত তীৰ্থযাত্ৰীৰ দল - odisha

ঘূৰ্ণিবতাহ ফেনীৰ বাবে পুৰীত আবদ্ধ হৈ পৰা অসমৰ তীৰ্থযাত্ৰীৰ দলটো মঙলবাৰে উপস্থিত হয় নলবাৰীত ৷ দুৰ্যোগৰ সময়ত চৰকাৰৰ পৰা সঁহাৰি নোপোৱাৰ অভিযোগ তীৰ্থ যাত্ৰীসকলৰ ৷

Assamese pilgrims
author img

By

Published : May 7, 2019, 3:34 PM IST

নলবাৰী ,7 মে' : পুৰীত প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱা এটা তীৰ্থযাত্ৰীৰ দল উপস্থিত হ'ল নলবাৰীত‌। ৰে'লৰ পৰা নামিয়েই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে তীৰ্থযাত্ৰীসকলে। নলবাৰী বিভিন্ন স্থানৰ পৰা পুৰীলৈ যোৱা এই দলটোত আছিল 29 গৰাকী তীৰ্থযাত্ৰী।

মঙলবাৰে ৰে'লযোগে আহি নলবাৰী ৰে'ল ষ্টেচনত উপস্থিত হৈছে তীৰ্থ যাত্ৰীৰ দলটো । দুৰ্যোগৰ সময়ত চৰকাৰৰ পৰা তিলমানো সঁহাৰি নোপোৱাৰ অভিযোগ তীৰ্থ যাত্ৰীসকলৰ ।

পুৰীৰ পৰা আহি নলবাৰীত উপস্থিত তীৰ্থযাত্ৰীৰ দল

লগতে পঢ়ক : তিনিচুকীয়াত কে এল অ' সদস্য আটক সেনাৰ

স্ব- চকুৱে সাগৰীয় কাল ধুমুহা প্ৰত্যক্ষ কৰি আতংকিত হোৱা তীৰ্থ যাত্ৰীসকল ফেকুৰি উঠিল কেমেৰাৰ সন্মুখতে। দুৰ্যোগৰ সময়চোৱাত পুৰীৰ অসম ভৱনত আছিল তীৰ্থযাত্ৰীৰ দলটো ৷

Breaking 
পুৰীত প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱা প্ৰথমটো তীৰ্থযাত্ৰীৰ দল উপস্থিত হল নলবাৰীত‌।ৰেলৰ পৰা নামিযেই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে তীৰ্থযাত্ৰী সকলে।নলবাৰী বিভিন্ন স্থানৰ পৰা পুৰীলৈ যোৱা উক্ত দলটোত আছিল ২৯ গৰাকী তীৰ্থযাত্ৰী।আজি ৰেলযোগে আহি নলবাৰী ৰেলৱে ষ্টেচনত নামিল তীৰ্থ যাত্ৰীৰ দলটো।দুৰ্যোগৰ সময়ত চৰকাৰৰ পৰা তিলমানো সহাৰি নোপোৱাৰ অভিযোগ তীৰ্থ যাত্ৰীসকলৰ।স্ব- চকুৱে সাগৰীয় কাল ধুমুহা প্ৰত্যক্ষ কৰি আতংকিত হোৱা তীৰ্থ যাত্ৰীসকল ফেকুৰি উঠিল কেমেৰাৰ সন্মুখত।দুৰ্যোগৰ সময়ছোৱাত পুৰীৰ মণিপুৰী অসম ভৱনত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.