ETV Bharat / state

নলবাৰীত জগন্নাথ মন্দিৰত বুদ্ধ পূৰ্ণিমা পালন

author img

By

Published : May 18, 2019, 11:38 PM IST

১১৮ বছৰীয়া নলবাৰী বগুৰীহাটীৰ জগন্নাথ মন্দিৰত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে হোমযজ্ঞৰ আযোজন কৰা হয় । লগতে নিশা নাগাৰা নামৰ আযোজন কৰে উদযাপন সমিতিয়ে ।বুদ্ধ পুৰ্ণিমা উপলক্ষে মন্দিৰটোত পুৱাৰে পৰা যথেষ্টসংখ্যক ভক্তৰ সমাগম হয় ।

শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত বুদ্ধ পুৰ্ণিমা পালন

নলবাৰী, ১৮ মেঃ নলবাৰী বগুৰীহাটী বায়ন চুবুৰীৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে পালন বুদ্ধ পুৰ্ণিমা । ১১৮ বছৰীয়া নলবাৰী বগুৰীহাটীৰ জগন্নাথ মন্দিৰত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে হোমযজ্ঞৰ আযোজন কৰা হয় । লগতে নিশা নাগাৰা নামৰ আযোজন কৰে উদযাপন সমিতিয়ে ।বুদ্ধ পুৰ্ণিমা উপলক্ষে মন্দিৰটোত পুৱাৰে পৰা যথেষ্টসংখ্যক ভক্তৰ সমাগম হয় ।

Sl budhya purnima 
18may
Story Ftp

Ocvo=আজি বুদ্ধ পুৰ্ণিমা।নলবাৰী বগুৰীহাটী বায়ন চুবুৰীৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত দিনজোৰা কাৰ্য্য সূচীৰে পালন বুদ্ধ পুৰ্ণিমা।উল্লেখযোগ্য যে ১১৮ বছৰীয়া নলবাৰী বগুৰীহাটীৰ জগন্নাথ মন্দিৰত ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্য সূচীৰ লগতে হোমযজ্ঞৰ আযোজন কৰে।লগতে নিশাৰ নাগাৰা নামৰ আযোজন কৰিছে উদ্যোক্তাই।বুদ্ধ পুৰ্ণিমা উপলক্ষে মন্দিৰটোত ৰাতিপুৱা ৰে পৰা যথেষ্ট সংখ্যক ভক্ত ৰ সমাগম হয়।প্ৰতিজন ভক্ত ই মনৰ আশা পুৰণ হোৱাৰ বাবে ধূপ চাকি নৈবৈদ্য আগবঢ়াই ।

বাইট উদ্যোক্তা।

VO =2 ইফালে ২ নং নপ্তিপাৰাত দুদিনাকৈ বুদ্ধ পুৰ্ণিমা পালন‌।নপ্তিপাৰাৎ গোপ গোপাল থানত ৰাতিপুৱা ৰ পৰা যথেষ্ট সংখ্যক ভক্ত ৰ সমাগম হয়।উল্লেখযোগ্য যে এই থানত থকা গছৰ ডালত গামোচা বান্বিলে বিভিন্ন জন ভক্ত ৰ মনৰ আশা পুৰণ হয় ।সেয়েহে আজিৰ এই বিশেষ দিনটোত সকলোৱে গামোচা বান্ধি মনৰ মনৰ আশা পুৰণ হোৱাৰ বাবে চাকি বন্তি জ্বলাই।আজিৰ এই দিনটোত অসমৰ ভিন্ন প্ৰান্তৰ ভক্ত উপস্থিত হৈছে থানখনত ।

বাইট ভক্ত।

কৈলাস ডেকা, নলবাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.