ETV Bharat / state

নলবাৰীত অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ

author img

By

Published : Sep 6, 2019, 11:46 AM IST

শুকুৰবাৰে পুৱাৰ ভাগত নলবাৰীত বন্ধ সমৰ্থক সকলে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে

নলবাৰীত অসম বন্ধৰ প্ৰভাৱ

নলবাৰী, 6 ছেপ্তেম্বৰঃ নলবাৰীত অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ । 31 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে বন্ধৰ সমৰ্থকে । সদ্য প্ৰকাশিত এন আৰ চিত প্ৰকৃত ভাৰতীয় তথা বহু হিন্দুৰ নাম বাদ পৰাৰ অভিযোগেৰে ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘন্টীয়া অসম বন্ধৰ আহ্বান ৰাষ্ট্ৰীয় বজৰং দলৰ । বন্ধ সফল কৰাৰ বাবে শুকুৰবাৰে পুৱা ভাগত নলবাৰীত বন্ধ সমৰ্থক সকলে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । আৰক্ষীয়ে বন্ধৰ প্ৰতি লক্ষ্য ৰাখি গিজগিজাই থকাৰ সময়তে প্ৰতিবাদ কাৰী সকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

Intro:Bandh...Body: নলবাৰীত অসম বন্ধৰ প্ৰভাৱ।৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে বন্ধৰ সমৰ্থকে।উল্লেখযোগ্য যে সদ্য প্ৰকাশিত এন আৰ চিত প্ৰকৃত ভাৰতীয় তথা বহু হিন্দুৰ নাম বাদ পৰাৰ অভিযোগ তুলি ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘন্টীয়া অসম বন্ধৰ আহবান কৰিছিল ৰাষ্ট্ৰীয় বজৰং দলে।অনুৰূপ ভাৱে এই বন্ধ সফল কৰাৰ বাবে ৰাতিপুৱাই নলবাৰীত এনেদৰেই বন্ধ সমৰ্থক সকলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।আৰক্ষী নিৰাপত্তা ৰক্ষীয়ে বন্ধৰ প্ৰতি লক্ষ্য ৰাখি গিজগিজাই থকাৰ মাজতে প্ৰতিবাদ কাৰী সকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদ কাৰী সকলে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.