ETV Bharat / state

নলবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল - detention camp

নলবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল আয়োজন ৷ ৰাজ্যখনত চলি থকা ডিটেনচন কেম্প সমূহ বন্ধ কৰি দিবৰ বাবে তোলা দাবীৰ তীব্ৰ বিৰোধিতা কৰিছে সংগঠনটোৱে।

নলবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল
author img

By

Published : Jul 21, 2019, 11:01 PM IST

নলবাৰী,21 জুলাইঃ নলবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদে সংবাদমেল আয়োজন কৰি ৰাজ্যত শেহতীয়াকৈ একাংশ লেখক-বুদ্ধিজীৱীৰ নেতৃত্বত চলি থকা ডিটেনচন কেম্প সমূহ বন্ধ কৰি দিবৰ বাবে তোলা দাবীৰ তীব্ৰ বিৰোধিতা কৰে ৷ লগতে সংগঠনটোৱে লেখক-বুদ্ধিজীৱীৰ এনেধৰণৰ দাবীক "দেশদ্ৰোহিতাৰ নামান্তৰ" বুলি আখ্যা দিয়ে ৷ তদুপৰি সংগঠনটোৰ নেতৃত্বই বিদেশী নাগৰিক হোৱাৰ সন্দেহত আটক হোৱা বিদেশীৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা আইনী প্ৰক্ৰিয়া শীঘ্ৰেই সম্পন্ন কৰাৰ বিপৰীতে ডিটেনচন কেম্পত থকা ইতিমধ্যেই চিনাক্ত হোৱা বিদেশীৰ ভৰণ-পোষণৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পোষকতা কৰে ৷ সংগঠনটোৱে হিন্দু বিদেশীক কোনো মূল্যৰ বিনিময়ত ডিটেনচন কেম্পত বন্দী কৰি ৰখা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷ সংগঠনটোৰ শীৰ্ষ নেতৃবৃন্দই উল্লেখ কৰে যে যিহেতু দেশৰ বিভাজন ধৰ্মৰ ভিত্তিত হৈছিল, গতিকে কোনা চৰ্ততে হিন্দুলোকক ডিটেনচন কেম্পত বন্দী কৰি ৰখাটো যুক্তিহীন আৰু অন্যায় ৷

Intro:নলবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল।Body:ডিটেনচন কেম্প বন্ধৰ দাবী তোলা লেখক-বুদ্ধিজীৱীক দেশদ্ৰোহী আখ্যা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ।

শেহতীয়া ভাবে ৰাজ্যৰ একাংশ লেখক-বুদ্ধিজীৱীযে ৰাজ্যখনত চলি থকা ডিটেনচন কেম্প সমূহ বন্ধ কৰি দিবৰ বাবে তোলা দাবীৰ তীব্ৰ বিৰোধিতা কৰিছে সংগঠনটোৱে।সংগঠনটোৱে এনে দাবীক দেশদ্ৰোহী তথা জাতীদ্ৰোহীতাৰ নামান্তৰ কৰাৰ লগতে সংশ্লিষ্ট লেখক বুদ্ধিজীৱী সকলোকে বিদেশীৰ পক্ষৰ পৰা আতৰি আহিবলৈ আহ্বান জনাই।আজি সংগঠনটোৱে নলবাৰীৰ দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন সংবাদ মেল সংগঠনটোৱে উল্লেখ কৰে।সংবাদমেলত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সমিতিৰ সভাপতি বলেন বৈশ্যৰ লগতে কেন্দ্ৰীয় বিত্ত সম্পাদক বিকাশ বৰদলৈৰ লগতে উপসভাপতি দিবাকৰ দাস ,নলবাৰী জিলা সভাপতি দিলীপ মজুমদাৰ আৰু সম্পাদ ৰাকেশ দেৰ লগতে কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত থাকে।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.