13 জুলাইঃ নলবাৰী জিলাৰ অধিক অঞ্চল বৰ্তমান বাঢ়নী পানীৰ কৱলত পৰিছে । জিলাখনৰ প্ৰায় 44 গাঁও বাঢ়নী পানীৰ কৱলত পৰিছে । আনহাতে বাঢ়নী পানীৰ কৱলত পৰা অঞ্চলত মুঠ 11 টাকৈ সাহাৰ্য শিৱিৰ স্থাপন কৰিছে জিলা প্ৰশাসনে। নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰিয়হতলীত বানভৱন হাইস্কুলত আশ্ৰয় শিবিৰ খোলা হৈছে৷ আশ্ৰয় শিবিৰ টোত বাঢ়নী পানীৰ কবলত পৰা প্ৰায় ১৩০ টাকৈ অধিক পৰিয়ালে আশ্ৰয় লৈ আছে । এই শিবিৰটোত জিলা প্ৰশাসনৰ তৰফৰ পৰা কিছু পৰিমাণে সাহাৰ্য বিতৰণ কৰা হৈছে৷ ইয়াৰ লগতে পশু ধনৰ বাবেও খাদ্য যোগান ধৰিছে প্ৰশাসনে৷
নলবাৰীত বানপিড়িতৰ মাজত সাহাৰ্য বিতৰণ প্ৰশাসনৰ - distribution
নলবাৰী জিলাৰ অধিক অঞ্চল বৰ্তমান বাঢ়নী পানীৰ কৱলত পৰিছে । জিলাখনৰ প্ৰায় 44 গাঁও বাঢ়নী পানীৰ কৱলত পৰিছে ।
13 জুলাইঃ নলবাৰী জিলাৰ অধিক অঞ্চল বৰ্তমান বাঢ়নী পানীৰ কৱলত পৰিছে । জিলাখনৰ প্ৰায় 44 গাঁও বাঢ়নী পানীৰ কৱলত পৰিছে । আনহাতে বাঢ়নী পানীৰ কৱলত পৰা অঞ্চলত মুঠ 11 টাকৈ সাহাৰ্য শিৱিৰ স্থাপন কৰিছে জিলা প্ৰশাসনে। নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰিয়হতলীত বানভৱন হাইস্কুলত আশ্ৰয় শিবিৰ খোলা হৈছে৷ আশ্ৰয় শিবিৰ টোত বাঢ়নী পানীৰ কবলত পৰা প্ৰায় ১৩০ টাকৈ অধিক পৰিয়ালে আশ্ৰয় লৈ আছে । এই শিবিৰটোত জিলা প্ৰশাসনৰ তৰফৰ পৰা কিছু পৰিমাণে সাহাৰ্য বিতৰণ কৰা হৈছে৷ ইয়াৰ লগতে পশু ধনৰ বাবেও খাদ্য যোগান ধৰিছে প্ৰশাসনে৷
নলবাৰী জিলাৰ অধিক অঞ্চল বৰ্তমান বাঢ়নী পানীৰ কবলত পৰিছে বিভিন্ন অঞ্চল।জিলাখনৰ প্ৰায় 44 খন বাঢ়নী পানীৰ কবলত পৰিছে।আনহাতে বাঢ়নী পানীৰ কবলত পৰা অঞ্চলত মুঠ 11 টাকৈ সাহাৰ্য শিৱিৰ স্থাপন কৰিছে।নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰিয়হতলীত বানভবন হাইস্কুলত আশ্ৰয় শিবিৰ খোলা হৈছে।আশ্ৰয় শিবিৰ টোত বঢ়াদিয়া বাঢ়নী পানীৰ কবলত পৰা প্ৰায় ১৩০ টাকৈ অধিক পৰিয়ালে আশ্ৰয় লৈছে।আৰু এই শিবিৰ টোত জিলা প্ৰশাষনৰ তৰফৰ পৰা কিছু পৰিমাণে সাহাৰ্য্য বিতৰণ কৰা হৈছে।ইফালে পশুধনৰ বাবে ও চাপৰ আদি যোগান ধৰি বানপিড়িত ৰাইজৰ লগতে গোধন সমূহক কিছু পৰিমাণে সকাহ দিযে।Conclusion:কৈলাস ডেকা, নলবাৰী।