ETV Bharat / state

উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাত ক্ষুব্ধ নলবাৰীৰ ৰাইজ - flyover in Nalbari

চাৰি বছৰে সম্পূৰ্ণ নহ'ল নলবাৰীত নিৰ্মাণ কৰি থকা উৰণীয়া সেঁতুখন (Flyover not completed in Nalbari)। ফলত নিৰ্মীয়মান অলস্থাত খতা উৰণীয়া সেঁতুখনৰ বাবে সেই স্থানত দৈনিক সৃষ্ট যান-জঁটত অতিষ্ঠ হৈ পৰিছে নলবৰীয়া ৰাইজ । নলবাৰীৰ হৰিমন্দিৰৰ পৰা ধমধমা বাছ ষ্টেণ্ডলৈ নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেঁতুখনৰ কাম-কাজ লেহেমীয়া গতিত চলি থকাৰ অভিযোগত অনুস্থিত কৰা হৈছে ৰাজহুৱা সভা ।

Public meeting in Nalbari for complete flyover
নলবাৰীত উৰণীয়া সেতু নিৰ্মাণ লেহেমীয়াত ক্ষুব্দ ৰাইজ
author img

By

Published : Sep 14, 2022, 6:23 PM IST

নলবাৰী ১৪ ছেপ্টেম্বৰ: নলবাৰী চহৰৰ হৰিমন্দিৰৰ কাষত নিৰ্মীয়মান উৰণীয়া সেঁতুৰ(demand for completing Flyover In Nalbari) লগতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন সন্ধ্যা পথটো নিৰ্মীয়মান অৱস্থাতে থকাৰ বাবে বৰকুৰাত দৈনিক সৃষ্টি হয় যান-জঁটৰ । এই লৈ অতিষ্ঠ হৈ পৰিছে নলবৰীয়া ৰাইজ ৷

নলবাৰীত চাৰি বছৰে সম্পূৰ্ণ নোহোৱা উৰণীয়া সেঁতুখনৰ(Flyover not completed in Nalbari) নিৰ্মাণৰ নামত সৃষ্ট বিভিন্ন কৰ্ম কাণ্ডক লৈ সৰৱ হৈ পৰিছে নগৰ সমাজ । নলবাৰীৰ দৌলগোবিন্দপূৰ নাগৰিক সমাজে বুধবাৰে নলবাৰীৰ হৰিমন্দিৰৰ পৰা ধমধমা বাছ ষ্টেণ্ডলৈ নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেঁতুখনৰ কাম-কাজ লেহেমীয়া গতিত চলি থকাৰ অভিযোগত এখন ৰাজহুৱা সভা(Public meeting in Nalbari for complete flyover) আহ্বান কৰে ।

নলবাৰীত উৰণীয়া সেতু নিৰ্মাণ লেহেমীয়াত ক্ষুব্দ ৰাইজ

নাগৰিক সমাজে নলবাৰী হৰি মন্দিৰৰ সমীপত ৪ বছৰ পূৰ্বে আৰম্ভ কৰা উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য আজিও সম্পূৰ্ণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰে । নাগৰিক সমাজৰ অভিযোগ, বিভিন্ন কাৰিকৰী বিসংগতি থকাৰ বাবে আজিও উৰণীয়া সেঁতুৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ লগতে সৰ্বসাধাৰণে চাৰি বছৰে জীয়াতু ভুগি আহিব লগীয়া হৈছে ।

উল্লেখ্য় যে উৰণীয়া সেঁতুখনৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ নোহোৱাৰ ফলত নলবাৰীৰ কেইবাটাও অঞ্চলৰ ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । তদুপৰি ব্যৱসায়িক প্ৰতিষ্ঠান সমূহেও বহু লোকচানৰ সন্মুখীন হৈ অহা বুলি ব্যৱসায়ীসকলে ক্ষোভ প্ৰকাশ কৰিছে । সেয়েহে অতিশীঘ্ৰেই নিৰ্মাণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিবৰ বাবে নাগৰিক সমাজে অসম চৰকাৰ আৰু লোক নিৰ্মান বিভাগক জনাইছে দাবী ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী আবাস যোজনা ৰূপায়নত ব্যৰ্থ ৰাজ্য চৰকাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.