ETV Bharat / state

নলবাৰীত সলিল সমাধি কিশোৰৰ

author img

By

Published : Sep 4, 2019, 8:04 PM IST

নলবাৰীৰ কেন্দুকুছিত সলিল সমাধি কিশোৰৰ ৷ দ্বিগবিজয় নাথ নামৰ 12 বছৰীয়া কিশোৰজনৰ নিজৰ ঘৰৰ পুখুৰীত সলিল সমাধি হয় ৷ দ্বিগবিজয় নাথ ৰঙিয়াৰ ফাতেমা বিদ্যালয়ত অধ্যয়নৰত সপ্তম শ্ৰেণীৰ ছাত্ৰ ৷

নলবাৰীত সলিল সমাধি কিশোৰৰ

নলবাৰী, 4 ছেপ্তেন্বৰঃ নলবাৰীৰ কেন্দুকুছিত সলিল সমাধি কিশোৰৰ ৷ দ্বিগবিজয় নাথ নামৰ 12 বছৰীয়া কিশোৰজনৰ নিজৰ ঘৰৰ পুখুৰীত সলিল সমাধি হৈ কৰুণ মৃত্যু ৷ সাঁতোৰ শিকাৰ বাবে অকলে পুখুৰীত শিকি থাকোতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷ কিশোৰজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ দ্বিগবিজয় নাথ ৰঙিয়াৰ ফাতেমা বিদ্যালয়ত অধ্যয়নৰত সপ্তম শ্ৰেণীৰ ছাত্ৰ ৷ ছাত্ৰজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

Intro:#নলবাৰীত পানীত পৰি কিশোৰৰ মৃত্যু#Body:

নলবাৰীৰ কেন্দুকুছিত শোকাবহ ঘটনা।পানীত পৰি মৃত্যু দ্বিগবিজয় নাথ নামৰ এগৰাকী ১২ বছৰীয়া কিশোৰৰ কৰুণ মৃত্যু।ঘটনাৰ বিৱৰণী মতে নিজৰ পুখুৰীত সাতোৰ শিকাৰ বাবে অকলে শিকি থাকোতে এই শোকাবহ দুৰ্ঘটনাটো ঘটে।চিকিৎসাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।দ্বিগবিজয় নাথ সপ্তম শ্ৰেণীৰ ৰঙিয়াৰ ফাতেমা বিদ্যালয়ত অধ্যয়নৰত আছিল‌।ছাত্র জনৰ মৃত্যুত শোকৰ ছা পৰিছে।Conclusion:কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.