ETV Bharat / state

ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ৬ - 6 person injured in Nalbari Accident

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আখৰাত ভয়ংকৰ পথ দুৰ্ঘটনা(Accident in 31 NH) । তীব্ৰবেগী চাৰিচকীয়া ভেন্যু বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় ৬ জন ।

6 person injured in Nalbari Accident
ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ৬
author img

By

Published : Oct 2, 2022, 10:44 PM IST

নলবাৰী,২ অক্টোবৰ: নলবাৰীৰ আখৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা(Accident in Nalbari)। তীব্ৰবেগী এখন চাৰিচকীয়া বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । ফলত গুৰুতৰভাৱে আহত হয় ছয় জনকৈ আৰোহী(6 injured in accident) । বাহনখনৰ নং AS 01 EZ 4232 ।

পাঠশালা-বৰপেটাৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাটোৰ ফলত ২ জনৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে । বৰ্তমান পৰিচয় জানিব পৰা হোৱা নাই দুৰ্ঘটনাত পতিত লোকসকলৰ ।

বৰ্তমান চিকিৎসাৰ বাবে আটাইকেইজনকে GMCH লৈ প্ৰেৰণ কৰা হৈছে (injured person sent to GMCH) ।

লগতে পঢ়ক: অৰ্থনীতি টনকিয়াল কৰাৰ বাবে চৰকাৰে ৰাজ্যত বোৱাব সুৰাৰ বন্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.