ETV Bharat / state

কৰ্ণাটকত আবদ্ধ নলবাৰীৰ 15 জনকৈ যুৱক - অসম লক ডাউন

লক ডাউনৰ ফলত কৰ্ণাটকত আবদ্ধ নলবাৰীৰ বিভিন্ন প্ৰান্তৰ 15 জনকৈ যুৱক ।

15 boys from Nalbari are stuck at Karnataka due to Lock Down
কৰ্ণাটকত আবদ্ধ নলবাৰীৰ 15 জনকৈ যুৱক
author img

By

Published : May 15, 2020, 6:03 PM IST

নলবাৰী,15 মেঃ লক ডাউনৰ ফলত কৰ্ণাটকত আবদ্ধ হৈ আছে নলবাৰীৰ বিভিন্ন প্ৰান্তৰ 15 জনকৈ যুৱক । তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হোৱা যুৱককেইজনে ধনৰ অভাৱত ক্ৰয় কৰিব পৰা নাই ৰে'লৰ টিকট । কৰ্মসূত্ৰে কৰ্ণাটকলৈ যোৱা অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক কেইজনক পৰিয়ালৰ লোকে যোগান ধৰিব পৰা নাই অৰ্থ । যাৰ ফলত এতিয়া তেঁওলোকে চৰকাৰক হাতযোৰ কৰি উদ্ধাৰৰ বাবে অনুৰোধ জনাইছে ।

কৰ্ণাটকত আবদ্ধ নলবাৰীৰ 15 জনকৈ যুৱক

লগতে পঢ়ক-গোলাঘাটৰ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডাঃ ফতিক গগৈৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.