ETV Bharat / state

শনিবাৰৰ দিনটোত নলবাৰীত কৰ'ণাত আক্ৰান্ত হ'ল 131 গৰাকী

author img

By

Published : May 2, 2021, 7:20 AM IST

নলবাৰীত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা 1024 জনলৈ বৃদ্ধি পাইছে । কৰ'ণা সম্পৰ্কে শনিবাৰে জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, শনিবাৰৰ দিনটোত মুঠ 131 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ৷

শনিবাৰৰ দিনটোত নলবাৰীত কৰ'ণাত আক্ৰান্ত হ'ল 131 গৰাকী
শনিবাৰৰ দিনটোত নলবাৰীত কৰ'ণাত আক্ৰান্ত হ'ল 131 গৰাকী

নলবাৰী,2 মে': সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । সমান্তৰালকৈ নলবাৰী জিলাতো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । নলবাৰীত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা 1024 জনলৈ বৃদ্ধি পাইছে । কৰ'ণা সম্পৰ্কে শনিবাৰে জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, শনিবাৰৰ দিনটোত মুঠ 131 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ৷

আক্ৰান্ত সকলৰ 659 গৰাকীয়েই হোম আইচলেচনত আছে । তাৰোপৰি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 79 গৰাকী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগৰ তথ্যত।

লগতে পঢ়ক: বিগত ২৪ ঘণ্টাত বৰপেটাত ১১২গৰাকী লোক কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.