ৰূপহীহাট, 30 জানুৱাৰী : ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নৱ নিৰ্মিত ভেটিৰ শনিবাৰে শুভ উদ্ধোধন কৰা হয় ৷ উদ্ধোধন কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে ৷

এই উপলেক্ষে আয়োজন কৰা অনুষ্ঠানত উপস্থিত থকে চক্ৰ আৰক্ষী বিষয়া শঙ্কৰ মণ্ডল ৷ জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত বহুকেইগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক: বৰপেটাৰোডত চি পি আই এমৰ বিশাল পদযাত্ৰা