ETV Bharat / state

যুৱকক অপহৰণ , হাজিৰা কৰা পিতৃৰ পৰা আঢ়ৈ লাখ টকা দাবী - ইটিভি ভাৰত

অপহৰণ কাৰীয়ে ঘন জংঘলৰ পৰাই তফুজ্জুলৰ পৰিয়াললৈ ফোন কৰি আঢ়ৈ লাখ টকা দাবী কৰে  |   দাবী কৰা ধন তিনিটা বেংক একাউণ্টত জমা দিবলৈ দিয়াৰ লগতে ধন নিদিলে মাৰি পেলোৱাৰ ভাবুকিও দিছিল দুস্কৃতিকাৰীয়ে ।দিন হাজিৰা কৰি খোৱা তফুজ্জুলৰ দেউতাকে টকা যোগাৰ কৰিব নোৱাৰি কচুৱা আৰু নগাঁও সদৰ আৰক্ষী থানাত অপৰাধীৰ বেংক একাউণ্ট ;ফটো আদি তথ্য দি গোচৰ তৰিছিল যদিও আৰক্ষীয়ে কোনো সহায় নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে ।

যুৱকক অপহৰণ
author img

By

Published : May 2, 2019, 10:54 AM IST

নগাঁও , 2 মে' : নগাঁৱৰ কচুৱা গেৰজাই পামত যুৱকক অপহৰণ ৷ অচিনাক্ত ব্যক্তিয়ে ফোন কৰি চাকৰি দিয়াৰ প্ৰলোভনেৰে পশ্চিমবংগৰ মালদালৈ লৈ গৈছিল যুৱক তফুজ্জুল হুচেইনক ৷

চাকৰি দিয়াৰ প্ৰলোভনেৰে যুৱকক অপহৰণ

লগতে পঢ়ক : ৰাজ্যত পুনৰ সোপাধৰাৰ আতংক; বৃদ্ধক গণপ্ৰহাৰ

কিন্তু চাকৰি দিয়াৰ পৰিৱৰ্তে মালদাৰ অচিন জংঘললৈহে লৈ গৈছিল যুৱকজনক | অপহৰণকাৰীয়ে ঘন জংঘলৰ পৰাই তফুজ্জুলৰ পৰিয়াললৈ ফোন কৰি আঢ়ৈ লাখ টকা দাবী কৰে |
দাবী কৰা ধন তিনিটা বেংক একাউণ্টত জমা দিবলৈ দিয়াৰ লগতে ধন নিদিলে মাৰি পেলোৱাৰ ভাবুকিও দিছিল দুস্কৃতিকাৰীয়ে ।দিন হাজিৰা কৰি খোৱা তফুজ্জুলৰ দেউতাকে টকা যোগাৰ কৰিব নোৱাৰি কচুৱা আৰু নগাঁও সদৰ আৰক্ষী থানাত অপৰাধীৰ বেংক একাউণ্ট ;ফটো আদি তথ্য দি গোচৰ তৰিছিল যদিও আৰক্ষীয়ে কোনো সহায় নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে । উপায়বিহীন হৈ গৰু আৰু মাটি বিক্ৰী কৰি ডেৰলাখ টকা দি মুকলি কৰি আনে যুৱকক তফুজ্জুলক |

Intro:নগাঁৱৰ কচুৱাৰ গেৰজাইপামত অপহৰণৰ ঘটণা ।

Anchor = ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপহৰণৰ ঘটনা | এইবাৰ স্থান নগাঁৱৰ কচুৱা গেৰজাই পাম |অচিনাক্ত ব্যক্তিয়ে ফোন কৰি চাকৰী দিয়াৰ প্ৰলোভনৰে পশ্চিমবংগৰ মালদা লৈ গৈছিল কচুৱাৰ যুৱক তফুজ্জুল হুচেইনক । পাছত মালদাৰ অচিন জংঘলত লৈ গৈছিল | অপহৰণ কাৰীয়ে সেই ঘন জংঘলৰ পৰাই ফোন কৰিছিল তফুজ্জুলৰ পৰিয়াললৈ | আঢ়ৈ লাক্ষ টকা দিলেহে মুক্তি কৰি দিয়া হব তফুজ্জুলক | দাবী কৰা ধন নিদিলে মাৰি পেলোৱা ভাবুকিও দিছিল অপহৰণৰ যুৱক তফুজ্জুলক | দাবী কৰা ধন তিনিটা বেংক একাউণ্টত জমা দিব দিছিল দুস্কৃতিকাৰীয়ে ।দিন হাজিৰা কৰি খোৱা তফুজ্জুলৰ দেউতাকে টকা যোগাৰ কৰিব নোৱাৰি কচুৱা আৰু নগাঁও সদৰ আৰক্ষী থানাত অপৰাধীৰ বেংক একাউণ্ট ;ফটো আদি তথ্য দি গোচৰ তৰিছিল যদিও আৰক্ষীয়ে কোনো সহায় নকৰাৰ অভিযোগ তলিছে ভুক্তভোগীয়ে । পাছত উপায়বিহীন হৈ গৰু আৰু মাটি বিক্ৰী কৰি ডেৰলাক্ষ টকা দি মুকলি কৰি আনে যুৱকক তফুজ্জুলক |

Body: Byte= পৰিয়ালৰ লোক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.