- কলিয়াবৰত পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ
- হাটবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ-কঠালগুৰি গাঁও সংযোগী পথটো পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন
- 10 কিল'মিটাৰজোৰা পথটোৰ দুয়োকাষে নলাসহ প্ৰস্থ হ'ব 10 মিটাৰ
- গড়কাপ্টানী বিভাগৰ তত্বাৱধানত নিৰ্মাণ কৰা হ'ব পথছোৱা
কলিয়াবৰত পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ - কলিয়াবৰ
10 কিল'মিটাৰজোৰা পথটোৰ দুয়োকাষে নলাসহ প্ৰস্থ হ'ব 10 মিটাৰ ৷ গড়কাপ্টানী বিভাগৰ তত্বাৱধানত নিৰ্মাণ কৰা হ'ব পথছোৱা ৷
পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ
- কলিয়াবৰত পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ
- হাটবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ-কঠালগুৰি গাঁও সংযোগী পথটো পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন
- 10 কিল'মিটাৰজোৰা পথটোৰ দুয়োকাষে নলাসহ প্ৰস্থ হ'ব 10 মিটাৰ
- গড়কাপ্টানী বিভাগৰ তত্বাৱধানত নিৰ্মাণ কৰা হ'ব পথছোৱা
Intro:কলিয়াবৰত গড়কাপ্তানী পথৰ আধাৰশিলা মন্ত্ৰী কেশৱ মহন্তৰ
নিৰ্বাচনী স্থবিৰতাৰ পিচত ৰাজ্যত পুণৰ চৰকাৰ চৰকাৰী কাম-কাজ আৰম্ভ কলিয়াবৰতBody:সপ্তদশ লোকসভা নিৰ্বাচনৰ মন্ত্ৰী-বিধায়ক-আমোলাৰ ব্যস্ততাৰ বাবে ৰাজ্যত কাৰ্য্যতঃ স্থবিৰ হৈ পৰিছিল উন্নয়নমূলক কাম-কাজসমূহ। নিৰ্বাচনী ফলাফলৰ পিচত কেন্দ্ৰত নতুন চৰকাৰে শপত লোৱাত এই স্থবিৰতাই গতি লাভ কৰাৰ আশা কৰিব পাৰি। তাৰ এক নমুনা দেখা গৈছে কলিয়াবৰত।
কলিয়াবৰত এক পথৰ আধাৰশিলা স্থাপন কৰি জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই এই স্থবিৰতাক গতিশীলতা প্ৰদান কৰে। হাটবৰৰ সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কঠালগুৰি গাওঁ সংলগ্ন দহ কিলোমিটাৰ দৈৰ্ঘৰ পথটো পুণৰ নিৰ্মাণৰ আধাৰশিলা মঙলবাৰে স্থাপন কৰে মন্ত্ৰী কেশৱ মহন্তই। গড়কাপ্তানি বিভাগৰ তত্বাৱধানত পুণৰ নিৰ্মাণ হ'ব লগা পথটোৰ দুয়োকাষে নলাসহ মুঠ দহ মিটাৰ প্ৰস্থ হ'ব।Conclusion:visuals