ETV Bharat / state

নগাঁৱত জীৱন্তে জ্বলাই হত্যা মহিলাক - নগাঁৱত মহিলাৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ

দেওবাৰে নগাঁৱত চাঞ্চল্যকৰ ঘটনা । কৰৈয়নী বামুনগাঁৱৰ পথাৰত উদ্ধাৰ মহিলাৰ অগ্নিদগ্ধ মৃতদেহ । দুৰ্বৃত্তই কাগজৰ কাৰ্টনেৰে মহিলাগৰাকীক জীৱন্তে জ্বলাই হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

নগাঁৱত জীৱন্তে জ্বলাই হত্যা এগৰাকী মহিলাক

author img

By

Published : May 25, 2020, 10:06 AM IST

নগাঁও, 25 মে’: লক ডাউনৰ মাজতে দেওবাৰে নগাঁৱত সংঘটিত হয় নৃশংস হত্যাকাণ্ডৰ ঘটনা । নগাঁৱৰ কৰৈয়নী বামুনগাঁৱৰ পথাৰত উদ্ধাৰ এগৰাকী অচিনাকি মহিলাৰ অগ্নিদগ্ধ মৃতদেহ । কাগজৰ কাৰ্টনৰ ভিতৰত কোনো দুৰ্বৃত্তই মহিলাগৰাকীক জ্বলাই দিয়াৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷

নগাঁৱত জীৱন্তে জ্বলাই হত্যা এগৰাকী মহিলাক

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ অচিনাক্ত মহিলাৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ৷

লগতে পঢক: 427 গৰাকীলৈ বৃদ্ধি ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.