ETV Bharat / state

লাওখোৱা অভয়াৰণ্যত বনৰীয়া গাহৰিৰ মৃতদেহ উদ্ধাৰ

বন বিভাগে গাহৰিটোৰ মৃতদেহ উদ্ধাৰ কৰি গড়াজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আহে। গাহৰিটো বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি বনাঞ্চলিক বিষয়াই জানিবলৈ দিয়ে ।

লাওখোৱা অভয়াৰণ্যত বনৰীয়া গাহৰিৰ মৃতদেহ উদ্ধাৰ
লাওখোৱা অভয়াৰণ্যত বনৰীয়া গাহৰিৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Dec 18, 2020, 10:24 PM IST

ৰূপহীহাট,18 ডিচেম্বৰ : লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া গাহৰিৰ মৃতদেহ শুকুবাৰে পূব ফুটালজাৰত উদ্ধাৰ হয় । বন বিভাগে গাহৰিটোৰ মৃতদেহ উদ্ধাৰ কৰি গড়াজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আহে । গাহৰিটো বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি বনাঞ্চলিক বিষয়াই জানিবলৈ দিয়ে ।

লাওখোৱা অভয়াৰণ্যত বনৰীয়া গাহৰিৰ মৃতদেহ উদ্ধাৰ

উল্লেখযোগ্য যে, বন গাহৰিটোৱে কেইবাদিনো ধৰি গাওঁখনৰ খেতি পথাৰ অনিষ্ট কৰি সন্ত্ৰাস চলাই আহিছিল । ইপিনে বনগাহৰিটোক একাংশ লোকে বেমাৰত আক্ৰান্ত নহৈ চোকা অস্ত্ৰৰে নিধন কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে । আনহাতে গাহৰিটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা নকৰাকৈ সমাধিস্থ কৰা ঘটনাটোক ৰহস্য জনক বুলি জনাই স্থানীয় লোকে ৷

লগতে পঢ়কঃ কফিনত স্ব-গৃহ লৈ আহিল বেংগালুৰুত হত্যাৰ বলি হোৱা বৰপেটাৰ ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.