ETV Bharat / state

Wild elephant sick: কুৰাৱাহীৰ পথাৰত অসুস্থ এটা বন্যহস্তী - পথাৰত অসুস্থ হৈ পৰিছে এটা বনৰীয়া হাতী

চামগুৰি কুৰাৱাহীৰ পথাৰত অসুস্থ হৈ পৰিছে এটা বনৰীয়া হাতী (Physically ill Elephant at Samaguri) ৷ হাতীটোৱে ভৰিত আঘাত পোৱাৰ সন্ধেহ স্থানীয় ৰাইজৰ ৷ সেয়ে বন বিভাগক হাতীটোৰ পৰীক্ষা কৰিবলৈ আহ্বান গাঁও বাসীৰ ৷

Man Elephant conflict
কুৰাৱাহীৰ পথাৰত অসুস্থ এটা বন্যহস্তী
author img

By

Published : Nov 25, 2022, 2:25 PM IST

  • ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict)
  • বিশেষকৈ নগাঁও জিলাৰ চামগুৰিত বন্যহস্তীৰ ত্ৰাসত নিদ্ৰা হৰণ হৈছে সাধাৰণ জনতাৰ
  • তথ্য অনুসৰি, চামগুৰি কুৰাৱাহীত দিনে-নিশাই 5 টা বনৰীয়া হাতীয়ে কৰিছে মুক্ত বিচৰণ
  • জানিব পৰা মতে, জাকটোৰ এটা হাতী শাৰীৰিকভাৱে অসুস্থ (Physically ill Elephant at Samaguri)
  • হাতীটোৱে ভৰিত আঘাত পোৱাৰ সন্ধেহ স্থানীয় ৰাইজৰ (Wild elephant sick at paddy field at Kuruabahi)
  • হাতীটোৰ চকুলো নিগৰি থকাৰ দৃশ্য বন্দী হৈছে কেমাৰাত
  • বন বিভাগক হাতীটোৰ পৰীক্ষা কৰিবলৈ আহ্বান গাঁওবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.