কলিয়াবৰ,২৩জুলাই : ৰাজ্যত ভয়ংকৰ বানে সন্ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে সোমবাৰে পুৱতি নিশা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙিলে কলিয়াবৰৰ বৰঘূলী কৃষি বান্ধ । ইফালে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত যিকোনো মূৰ্হূৰ্ততে বৃহত্তৰ অঞ্চল ডুব যাব পাৰে । যাৰ বাবে সষ্টম হৈ থাকে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ কৰ্মী ।
কলিয়াবৰত ছিঙিল কৃষি বান্ধ - কলিয়াবৰ
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ ছিঙিল কলিয়াবৰৰ বৰঘূলী কৃষি বান্ধ ।
কলিয়াবৰ,২৩জুলাই : ৰাজ্যত ভয়ংকৰ বানে সন্ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে সোমবাৰে পুৱতি নিশা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙিলে কলিয়াবৰৰ বৰঘূলী কৃষি বান্ধ । ইফালে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত যিকোনো মূৰ্হূৰ্ততে বৃহত্তৰ অঞ্চল ডুব যাব পাৰে । যাৰ বাবে সষ্টম হৈ থাকে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ কৰ্মী ।
ব্ৰহ্মপুত্ৰৰ বাঢ়ি অহিছে জলস্তৰ।
কলিয়াবৰৰ বৰঘূলী কৃষি বান্ধ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ছাঙিলে।
নিশা প্ৰায় দুই বজাত ছিঙিলে বান্ধটো।
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ কৰ্মী সষ্টম।
Conclusion: